• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেংলেংকাৰীত জড়িত অসম ক্রিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক কাৰাগাৰলৈ প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2021 10:16 am
Untitled-1-copy-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ক্রিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্রদীপ বুঢ়াগোহাঁইক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে৷ দুদিনৰ আৰক্ষী জিম্মাত থকা বুঢ়াগোহাঁইক দেওবাৰে আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

আৰক্ষীয়ে পুনৰ তেওঁৰ জিম্মা বিচাৰি আৱেদন নকৰাৰ বাবেই আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্রেৰণ কৰি আৰক্ষীক কাৰাগাৰতে তেওঁক জেৰা কৰাৰ অনুমতি দিয়ে ৷

মাত্র তিনিবছৰ কাল অসম ক্রিকেট সন্থাৰ সম্পাদকৰ পদত থকা প্রদীপ বুঢ়াগোহাঁইক প্ৰায় ৫০ কোটি টকাৰ লুণ্ঠন কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল৷

Apply Now

আদালতে দুদিনৰ আৰক্ষী জিম্মাত দিয়া বুঢ়াগোহাঁইক দুদিন ধৰি আৰক্ষীয়ে জেৰা কৰাৰ পাছত ম্যাদ উকলি যোৱাৰ বাবে আৰক্ষীয়ে তেওঁক দেওবাৰে পুনৰ আদালতত হাজিৰ কৰে৷

Also Read: অল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’: বলীউদ-হলীউদৰ সৈতে ফেৰ মাৰি দুদিনতে ১০০কোটি টকাৰ ব্যৱসায়

উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ (এচিএ) প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক বুধবাৰে ডিব্ৰুগড়ৰ টিংখং অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

গুৱাহাটীৰ ফটাশিল আৰক্ষী থানাত পঞ্জীয়ন কৰা ৮১৭/২০২১ ইউ/এছ ১২০(বি)/৪০৬/৪০৯/৪২০/৪৬৯/৩৪ আইপিচি নং গোচৰত ফটাশিল আৰক্ষীৰ দলে তেওঁক জিম্মাত লৈছিল।

অসম ক্ৰিকেট সন্থাই বুঢ়াগোহাঁইৰ কাৰ্যকালত এচিএ পুঁজিৰ কোটি কোটি টকাৰ অপব্যৱহাৰৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল।

ইফালে, প্ৰদীপ বুঢ়াগোহাঁইৰ সম্পাদকীয় কাৰ্যকালত এচিএ সমিতিয়ে ব্যৱহাৰ কৰা একাউণ্টত কোটি কোটি পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ নিৰ্ণয় কৰিবলৈ আৰু একাউণ্ট পৰীক্ষা কৰাৰ বাবে এচিএ-য়ে প্ৰবীণ ক্ৰীড়া সংগঠক জামছেদ খানৰ নেতৃত্বত পাঁচজনীয়া একাউণ্ট প্ৰমাণীকৰণ সমিতি গঠন কৰে।

Also Read:ধুবুৰীত আৰক্ষীৰ জিম্মাত থকা জব্দকৃত বাহন জ্বলাই দিলে অচিনাক্ত দুৰ্বৃত্তই

একাউণ্ট প্ৰমাণীকৰণ সমিতিয়ে হোটেলৰ কোঠা, বিমানৰ টিকট, খাদ্য আদিৰ নামত এচিএ পুঁজিৰ কোটি কোটি টকা অপব্যৱহাৰৰ বিষয়ে সন্দেহ প্ৰকাশ কৰে।

প্ৰদীপ বুঢ়াগোহাঁই ২০১৬ চনৰ পৰা ২০১৯ চনলৈ অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্বত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd