• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ জুৰীয়াত ১০বছৰীয়া নাবালিকাক নৃশংস হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2021 2:14 pm
630x375

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নিশা নগাঁৱৰ জুৰীয়াত এগৰাকী ১০বছৰীয়া নাবালিকাক হত্যাৰ ঘটনা ঘটিছে। মৃত নাবালিকাগৰাকীক ছুমায়া আখতাৰ বুলি চিনাক্ত কৰা হৈছে।

নাবালিকাগৰাকীৰ মৃতদেহটো তেওঁলোকৰ পাকঘৰত উদ্ধাৰ হৈছে।

পৰিয়ালৰ সদস্যই জানিবলৈ দিয়া মতে তেওঁলোকে এই ঘটনাৰ আঁৰত চুবুৰীয়া জড়িত থকা বুলি সন্দেহ কৰে আৰু পৰিয়াল দুটাৰ মাজত থকা ব্যক্তিগত সংঘাতেই কাৰণ বুলি অভিযোগ কৰে।

Apply Now

Also Read: নগাঁৱত পৃথক অভিযানত মহিলাকে ধৰি ৯জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ছুমায়াৰ পিতৃয়ে কয় যে তেওঁলোকৰ চুবুৰীয়াৰ সৈতে মাটি-সম্পত্তিক লৈ কিছু ব্যক্তিগত শত্ৰুতা আছে।

তেওঁলোকে সন্দেহ কৰে যে এইটোৱে হত্যাকাণ্ডৰ আঁৰৰ প্ৰাথমিক কাৰণ হ’ব পাৰে। 

তেওঁ লগতে কয় যে ছুমায়াক ঘৰত এৰি পৰিয়ালৰ সকলো এটা পাৰিবাৰিক অনুষ্ঠানলৈ বাহিৰলৈ যোৱাৰ সময়ত চুৰি কৰাৰ বাবে লোক ঘৰত প্ৰৱেশ কৰিছিল যদিও ছুমায়াক ঘৰৰ ভিতৰত পাই তেওঁলোকে তাইক হত্যা কৰে।

Also Read:গুৱাহাটীত ৯৫জন সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন মহানগৰ আৰক্ষীৰ

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ছুমায়াক পাকঘৰৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় আৰু এই সকলোবোৰ দিশৰ তদন্ত চলাই আছে।      

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm
এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd