• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশলৈ গো সৰবৰাহ, মাৰণাস্ত্ৰ ৰখাৰ অভিযোগ নস্যাৎ কৰি কাকজানত পশুধন ব্যৱসায়ী সন্থাৰ প্ৰতিবাদী সভা

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
May 14, 2022 12:43 pm
90
VIEWS
Share on FacebookShare on Twitter

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাকজান দগাঁৱৰ জোনাকী প্ৰাথমিক বিদ্যালয়ত বাংলাদেশলৈ গো সৰবৰাহ তথা মাৰণাস্ত্ৰ লগত ৰখাৰ দৰে এটা স্পৰ্শকাতৰ অভিযোগক লৈ শুকুৰবাৰে বিয়লি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে পূৱ যোৰহাট পশুধন ব্যৱসায়ী সন্থাই।

প্ৰতিবাদী ব্যৱসায়ীসকলে অৱগত কৰা অনুসৰি একাংশ সংবাদ মাধ্যমত বিগত দুদিনমান কাকজান অঞ্চলৰ পৰা অবৈধভাৱে বাংলাদেশলৈ গো সৰবৰাহৰ এক বাতৰি পৰিবেশন হৈ আহিছে।

লগতে পঢ়ক: ফুচকা বিক্ৰী কৰাসকল হিন্দী ভাষী লোক-তামিল মন্ত্ৰীৰ মন্তব্যত বিতৰ্কৰ জোৱাৰ

বৰ্তমানৰ চৰকাৰে বৰ্হিৰাষ্ট্ৰ অথবা ৰাজ্যলৈ গো সৰবৰাহ নিষিদ্ধ কৰাৰ পৰাই অঞ্চলটোৰ পশুধন ব্যৱসায়ীসকলে এনে কাৰ্যৰ পৰা বিৰত হৈ আছে আৰু কেবল মাত্ৰ স্থানীয়ভাৱে এই ব্যৱসায় চলাই আহিছে।

কিন্তু একাংশই তথ্যবিহীনভাৱে কাকজান অঞ্চলৰ পৰা বৰ্হিৰাষ্ট্ৰলৈ গো সৰবৰাহ কৰাৰ অভিযোগ আনি সমগ্ৰ অঞ্চলটোকে হেয় প্ৰতিপন্ন কৰাৰ লগতে চৰকাৰী নীতি উলংঘাকাৰী হিচাপে দাঙি ধৰিব বিচাৰিছে।

এনে কাৰ্যক প্ৰায় তিনি শতাধিক ব্যৱসায়ীৰ লগতে স্থানীয় লোকসকলে একেমুখে গৰিহণা দিয়ে।

লগতে পঢ়ক: একেলগে গৰ্ভৱতী হ’ল একেখন হাস্পাতালৰ প্ৰসূতি বিভাগৰ ১০ গৰাকী নাৰ্চ, এগৰাকী চিকিৎসক

উল্লেখ্য যে সন্থাটোৱে উক্ত প্ৰতিবাদী সভাত তিনিটাকৈ প্ৰস্তাৱ লৈ জিলা উপায়ুক্তলৈ প্ৰেৰণৰো ব্যৱস্থা কৰিছে আৰু ভবিষ্যতে এনে তথ্যহীনভাৱে সংবাদ পৰিবেশন নকৰিবলৈ নিদিৰ্ষ্ট সংবাদগোষ্ঠীৰ কৰ্তৃপক্ষক আহ্বান জনাইছে।

Recent News

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

আই পি এলৰ টিকট কেলেংকাৰী আৰু জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হায়দৰাবাদ ক্ৰিকেটৰ মুৰব্বী

আই পি এলৰ টিকট কেলেংকাৰী আৰু জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হায়দৰাবাদ ক্ৰিকেটৰ মুৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd