• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
July 3, 2022 8:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Clash over speaker’s election বিধানসভাত আস্থা ভোটৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলেও শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেই বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনত বিদ্ৰোহী একনাথ সিন্দে আৰু বিজেপি মিত্ৰজোঁটক ‘ৱাকঅভাৰ’ দিবলৈ সন্মত নহয়।

এনে পৰিস্থিতিত সোমবাৰৰ আস্থা ভোটৰ পূৰ্বে দেওবাৰৰ হ’বলগীয়া অধ্যক্ষ নিৰ্বাচনত দুয়োপক্ষৰ মাজত দেখা পোৱা যাব সংখ্যাৰ যুঁজ।

লগতে পঢ়ক: No link with Terror outfit: ”জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Apply Now

ৰত্নাগিৰি জিলাৰ এজন প্ৰভাৱশালী শিৱসেনা বিধায়ক ৰঞ্জন চালভিক শনিবাৰে অধ্যক্ষ নিৰ্বাচনত ‘মহাবিকাশ আঘাদী’ (শিৱসেনাৰ লগতে এনচিপি আৰু কংগ্ৰেছ  মিত্ৰজোঁট) প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে।

তেওঁ তিনিওটা দলৰ নেতাসকলৰ সৈতে গৈ মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বে অধ্যক্ষ নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী কোলাবাৰ বিজেপি বিধায়ক ৰাহুল নাৰ্বেকাৰে মনোনয়ন দাখিল কৰিছিল।

যোৱা ফেব্ৰুৱাৰীত নানা পাটোলে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছৰে পৰা অস্থায়ীভাৱে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব চম্ভালিছে উপাধ্যক্ষ তথা এনচিপিৰ বিধায়ক নীহাৰী সীতাৰাম জিৰৱালে।   

লগতে পঢ়ক: Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

কিন্তু ৰাজাপাল ভগত সিং কোছিয়াৰিয়ে আস্থা ভোটৰ পূৰ্বে অধ্যক্ষ নিৰ্বাচনৰ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ত উদ্ধৱ শিৱিৰে অধ্যক্ষৰ নিৰ্বাচন তথা আস্থা ভোটৰ ওপৰত স্থগিতাদেশ বিচাৰি এক আবেদন কৰিছিল যদিও শুকুৰবাৰে সেয়া খাৰিজ কৰা হয়। 

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd