• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Commonwealth Games 2022 : ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বাৰ্মিংহামত ভাৰতক প্ৰথমটো স্বৰ্ণৰ সোৱাদ দিলে মীৰাবাঈ চানুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2022 11:26 pm
Commonwealth Games 2022
245
VIEWS
Share on FacebookShare on Twitter

মীৰাবাঈ চানু! কোটি কোটি ভাৰতীয়ৰ এক আশাৰ প্ৰদীপ মীৰাবাঈ। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ চমকপ্ৰদ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি দেশবাসীক পুনৰ এবাৰ গৌৰৱান্বিত কৰি তুলিলে এইগৰাকী খেলুৱৈয়ে। বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ স্বৰ্ণ জয়ৰ অন্যতম আশা মীৰাবাঈ চানুৱে দেশবাসীৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰি ইতিহাস ৰচনাৰে জিনিলে স্বৰ্ণ পদক।

বাৰ্মিংহামত আজি মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলনত প্ৰথম স্থান লাভেৰে কমনৱেলথ গেমছ ২০২২ ত দেশক প্ৰথমটো স্বৰ্ণ জয়ৰ সোৱাল দিলে মীৰাবাঈ চানুৱে।

অভিলেখ ২০১ কিলোগ্ৰাম উত্তোলন কৰি নতুন কমনৱেলথ ৰেকৰ্ড প্ৰতিষ্ঠা কৰা চানুৱে কমনৱেলথ গেমছত নিজৰ স্বৰ্ণ জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে।

প্ৰথম প্ৰচেষ্টাত স্নেচত ৮৪ কিলোগ্ৰাম উত্তোলন কৰাৰ পিছত দ্বিতীয় প্ৰচেষ্টাত ৮৮ কিলোগ্ৰাম উত্তোলন কৰি এক নতুন কমনৱেলথ গেমছ ৰেকৰ্ড গঢ়ি তোলে চানুৱে।

ইয়াৰ পিছতে ক্লিন এণ্ড জাৰ্কত প্ৰথম প্ৰচেষ্টাত ১০৯ কিলোগ্ৰাম উত্তোলন কৰি দ্বিতীয় প্ৰচেষ্টাত ১১৩ কিলোগ্ৰাম উত্তোলনেৰে তাৰকা গৰাকীয়ে কমনৱেলথ স্বৰ্ণ নিশ্চিত কৰে।

উল্লেখ্য যে চলিত কমনৱেলথ গেমছত ভাৰতৰ এইয়া তৃতীয়টো পদক। ইতিপূৰ্বে ভাৰোত্তোলনতে সংকেত চাৰ্গাৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি ভাৰতৰ পদক তালিকা মুকলি কৰাৰ পিছত গুৰুৰাজা পূজাৰীয়ে পুৰুষৰ ৬১ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

Also read : Commonwealth Games 2022 : বাৰ্মিংহামত দেশলৈ আহিল প্ৰথমটো পদক: পুৰুষৰ ভাৰোত্তোলনত ভাৰতলৈ ৰূপৰ পদক কঢ়িয়ালে সংকেত চাৰ্গাৰে

Recent News

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd