• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

US Speaker to visit Taiwan: চীনৰ ভাবুকি, বিডেন প্ৰশাসনৰ সতৰ্কতাৰ মাজতে আজি টাইৱানলৈ যাব পেলোচি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2022 11:00 am
নেন্সি পেলোচি।

নেন্সি পেলোচি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

US Speaker Nancy Pelosi to visit Taiwan আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নিম্ন সদনৰ অধ্যক্ষ নেন্সি পেলোচিয়ে তেওঁৰ এছিয়া ভ্ৰমণকালত আজি টাইৱানলৈ যোৱাৰ কথা। টাইৱান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষই এইকথা সদৰী কৰিছে।

যদি পেলোচিয়ে টাইৱান ভ্ৰমণ কৰে ইয়াৰ পৰিণাম ভয়ংকৰ হ’ব বুলি চীনে কেইবাদিনো ধৰি সতৰ্ক কৰি দি কৈ আহিছে। তেওঁলোকে ইয়াৰ যিকোনো পৰিণতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই দায়িত্ব ল’ব লাগিব বুলিও সকীয়াই দিছে।

লগতে পঢ়ক: Al-Qaeda chief killed: সন্ত্ৰাস দমনত বৃহৎ সফলতা; কাবুলত আমেৰিকাৰ ড্ৰোন আক্ৰমণত নিহত আল কায়দাৰ মুৰব্বী

Apply Now

বিডেন প্ৰশাসনেও এই বিষয়ে সতৰ্ক কৰি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ চীনৰ ভাবুকিকলৈ উদ্বিগ্ন।

টাইৱান কৰ্তৃপক্ষই জানিবলৈ দিছে যে তেওঁলোকে আশা কৰে পেলোচি স্বায়ত্তশাসিত অঞ্চলটোত এটা নিশা কটাব। অৱশ্যে পেলোচিয়ে টাইৱানত কেতিয়া অৱতৰণ কৰিব সেয়া এতিয়াও স্পষ্ট কৰা হোৱা নাই। সকলো ঠিকেই থাকিলে পেলোচিয়ে মঙলবাৰে টাইৱানত উপস্থিত হোৱাৰ কথা।

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে পেলোচিৰ ভ্ৰমণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে চীনৰ যিকোনো ব্যৱস্থা অৱৰোধ কৰি পেলোচিক সুৰক্ষিত ৰাখিবলৈ সাজু হৈছে।

লগতে পঢ়ক: Monkeypox: দিল্লীত মাংকিপক্সত আক্ৰান্ত নাইজেৰিয়াৰ ব্যক্তি; দেশত আক্ৰান্তৰ সংখ্যা ৬জনলৈ বৃদ্ধি

আনহাতে, সোমবাৰে চীনে কয় যে পেলোচিৰ এই ভ্ৰমণৰ ৰাজনৈতিক পৰিণাম ভয়ংকৰ হ’ব। চীনৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট কৰি দি কয়,”আমি আমেৰিকা যুক্তৰাষ্ট্ৰক ক’ব বিচাৰো যে চীন সাজু আৰু চীনৰ মুক্তি সেনা নিষ্ক্ৰিয় হৈ বহি নাথাকে। চীনে ইয়াৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক স্থিতি সুৰক্ষিত কৰিবলৈ উপযুক্ত প্ৰত্যুত্তৰ দিব।”

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ কৌশলগত যোগাযোগ সমন্বয়ক জন কিৰ্বিয়ে সোমবাৰে কয় যে বিডেন প্ৰশাসনে পেলোচিৰ টাইৱান ভ্ৰমণক সমৰ্থন কৰিব।

লগতে পঢ়ক: Commonwealth Games 2022: কমনৱেলথ গেমছত দেশৰ হৈ জুডোত ৰূপৰ পদক জিকিলে মণিপুৰী কন্যা সুশীলা দেৱীয়ে

অৱশ্যে, বিডেন প্ৰশাসনৰ কেইবাজনো উচ্চ পদস্থ বিষয়াই তাৰ মাজতে পেলোচিক এই বিষয়ে সতৰ্ক কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

August 9, 2026 1:10 pm
পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

August 9, 2026 11:23 am
যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

August 9, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

August 9, 2026 1:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd