• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংগঠন বিৰোধী কাৰ্যত জৰিত থকাৰ অপৰাধত আলফা সদস্যক মৃত্যুদণ্ড

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 31, 2022 7:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংগঠন বিৰোধী কাৰ্যত জৰিত থকাৰ অপৰাধত আলফা (স্বা) -এ মৃত্যুদণ্ড বিহিলে এজন আলফা সদস্যক । এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আলফাই (স্বা)সদস্য জনক মৃত্যুদণ্ড বিহাৰ কথা স্বীকাৰ কৰিছে ।আলফাই (স্বা) বিবৃতিটোত এনেদৰে প্ৰকাশ কৰিছে ’যোৱা ২৮ জুলাইত ইষ্টাৰ্ণ কমাণ্ড মুখ্য কাৰ্যালয়স্থিত কৰ্প’ৰেল ৰিহন অসম ওৰফে ছাইফুল ইছালামে (পিতৃ- কলিম উদ্দিন মণ্ডল, গাঁও- বাউৰাৰতল, থানা- লক্ষীপুৰ, জিলা- গোৱালপাৰা) নিশা ৮ বজাত পলায়ন কৰে ।

কিন্তু পিছদিনা পুৱা ৫ বজাত আলফাৰ টহলদাৰী গোটে তেওঁক কৰায়ত্ত কৰে ।উক্ত অপৰাধৰ বাবে ৯ আগষ্টৰ পৰা ১০ আগষ্টলৈ সদস্যগৰাকীৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হয় নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত । উক্ত বিচাৰ সদনত সদস্যজনে নিজৰ অপৰাধ স্বীকাৰ কৰি ভৱিষ্যতে আত্মসংশোধনৰ জৰিয়তে সংগঠনত সেৱা আগবঢ়াই যাব বুলি সদিচ্ছা ব্যক্ত কৰি তেওঁ লিখিত তথা দৃশ্য-শ্ৰাব্য প্ৰতিশ্ৰুতি প্ৰদান কৰে । সেয়েহে তেওঁৰ সকলো দিশ বিবেচনা কৰি লঘু শাস্তি প্ৰদানেৰে তেওঁক পুনৰ আলফাত সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰা হয় ।কিন্তু সদস্যজনে পুনৰ ২৩ আগষ্টত পলায়ন কৰে যদিও সেইদিনা আবেলিয়ে তেওঁক পুনৰ কৰায়ত্ত কৰা হয় ।

Apply Now

কিন্তু তেওঁক মুখ্য কাৰ্যালয়লৈ আনি থকাৰ পথত আচম্বিতে পুনৰ পাহাৰৰ থিয় গৰাৰে জঁপিয়াই পলায়নৰ চেষ্টা কৰে । এনেদৰে তৃতীয়বাৰ পলায়নৰ চেষ্টা কৰাৰ পিছত পুনৰ ২৫ আগষ্টত কৰায়ত্ত কৰা হয় ।পিছত যোৱা ৩০ আগষ্টত পুনৰবাৰ নিম্ন বিচাৰ সদনৰ অধ্যক্ষতাত অনুষ্ঠিত আন এক বিচাৰ সদনত ৰিহন অসমে একাধিক দোষ স্বীকাৰ কৰে । লগতে একাংশ আৰক্ষী বিষয়াৰ লগত সংগোপনে জড়িত হৈ নাগা মুক্তাঞ্চললৈ অহাৰ কথা অকপটে স্বাকীৰ কৰে । লগতে তেওঁ স্বীকাৰ কৰে যে স্বদেশ প্ৰেমত উদ্বুদ্ধ হৈ নহয়, কেৱল ব্যক্তিগত স্বাৰ্থ আৰু প্ৰতিশোধ পূৰণৰ বাবেহে তেওঁ সংগঠনত যোগদান কৰিছিল ।

সেয়ে অপৰাধীৰ এনে দ্বিধাহীন স্বীকাৰোক্তিৰ ভিত্তিত সংগঠনৰ সংবিধানৰ নিয়ম অনুযায়ী ষড়যন্ত্ৰমূলক আত্মসমৰ্পণৰ চেষ্টা চলোৱা, প্ৰতি বিপ্লৱী কাৰ্যত জড়িত হোৱা, সহযোগীক বিপথে পৰিচালিত কৰাৰ অপৰাধত সদস্যজনৰ বিৰুদ্ধে মৃত্যুদণ্ড ঘোষণা কৰা হয়’ ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd