• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খ্ৰীষ্টানসকলৰ ওপৰত বৰ্দ্ধিত আক্ৰমণৰ ঘটনা; কেন্দ্ৰৰ পৰা প্ৰতিবেদন বিচাৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 2, 2022 8:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে খ্ৰীষ্টান মিছনেৰীসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে গৃহ মন্ত্ৰালয়ৰ পৰা প্ৰতিবেদন বিচাৰিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত খ্ৰীষ্টানসকলৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। শীৰ্ষ আদালতখনে বৃহস্পতিবাৰে ঘটনাবোৰৰ ওপৰত প্ৰতিবেদন বিচাৰিছে।

দেশৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টানসকলৰ ওপৰত চলি থকা আক্ৰমণৰ সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থৰ আবেদন দাখিল কৰা হৈছিল। সেই পৰিপ্ৰেক্ষিততে কিছুমান ৰাজ্যৰ পৰা প্ৰতিবেদন বিচৰা হৈছে।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু হিমা কোহলীৰ বিচাৰপীঠে কয় যে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, হাৰিয়ানা, কৰ্ণাটক, উৰিষ্যা, ছত্তীশগড় আৰু ঝাৰখণ্ডৰ খ্ৰীষ্টানসকলৰ ওপৰত বাৰে বাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। শীৰ্ষ আদালতখনে লগতে কয় যে এজন নিৰ্দিষ্ট ব্যক্তিক আক্ৰমণ কৰাৰ অৰ্থ সেই সম্প্ৰদায়ক আঘাত কৰা নহয়। কিন্তু এই সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থৰ আবেদন দাখিল কৰা হৈছে। সেইকাৰণে অভিযোগবোৰ ফঁহিয়াই চোৱা প্ৰয়োজন।

Apply Now

লগতে পঢ়ক: কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই শীৰ্ষ আদালতক জনায় যে অভিযোগসমূহৰ বেছিভাগেই মিছা। ব্যক্তিগত স্বাৰ্থৰ বাবে এনে অভিযোগ দাখিল কৰা হৈছে। দৰাচলতে, এনে ধৰণৰ অভিযোগ উত্থাপন কৰি দেশৰ শান্তি বিঘ্নিত কৰাৰ চেষ্টা কৰা হৈছে। দেশৰ বাহিৰৰ শক্তিয়ে যাতে আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈকে মিছা অভিযোগ দাখিল কৰা হৈছে। সেয়েহে আদালতে যেন ৰাজহুৱা স্বাৰ্থৰ আবেদনৰ ভিত্তিত বিচাৰ নকৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুমাহৰ ভিতৰত সংশ্লিষ্ট ৰাজ্যসমূহৰ পৰা প্ৰতিবেদন সংগ্ৰহ কৰিব লাগিব। তাৰ পিছত সেই প্ৰতিবেদন আদালতত দাখিল কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বে অভিযোগবোৰ চোৱাচিতা কৰিবলৈ ন’ডেল বিষয়া নিযুক্ত কৰিছিল। তথাপি এনে ঘটনা কিয় ঘটিছে তাক লৈ চিন্তিত শীৰ্ষ আদালত।

লগতে পঢ়ক: স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো বাঁহৰ দলঙেই যাতায়তৰ মাধ্যম; কেতিয়া হ’ব ‘সবকা সাথ সবকা বিকাশ’?

উল্লেখ্য যে বুধবাৰে দুৰ্বৃত্তই পঞ্জাৱৰ এটা গীৰ্জাত আক্ৰমণ কৰি যীচু আৰু মেৰীৰ মূৰ্তি ভাঙি দিছিল। লগতে যাজকৰ গাড়ীখনো জ্বলাই দিয়া হৈছিল। কিন্তু এতিয়ালৈকে এই অভিযোগত এতিয়ালৈকো কাৰো বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱা হোৱা নাই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd