• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূটান চৰকাৰৰ শীৰ্ষ প্ৰতিনিধি আৰু বিটিআৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

আঢ়ৈ বছৰৰ মূৰত অহা ২৩ ছেপ্টেম্বৰত পুনৰ মুকলি হব ভূটানৰ প্ৰৱেশ দুৱাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
September 14, 2022 5:43 pm
106
VIEWS
Share on FacebookShare on Twitter

বিটিআৰ প্ৰশাসন আৰু ভূটান চৰকাৰৰ প্ৰতিনিধিৰ মাজত বুধবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত বিটিআৰৰ পাঁচ খন জিলাৰ উপায়ুক্ত , আৰক্ষী অধীক্ষক সহ শীৰ্ষ বিষয়া আৰু ভুটান চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ আইন শৃংখলা বিভাগৰ সঞ্চালক সহ ১২ জনীয় প্ৰতিনিধিৰ দলে অংশগ্ৰহণ কৰে ৷ মূলত দুয়োখন দেশৰ মাজত বেপাৰ , বাণিজ্য আৰু যাতায়াতক লৈ এই বৈঠক অনুষ্ঠিত হয় ৷

উল্লেখ্য যে, মহামাৰী ক’ভিডৰ পৰিপ্ৰেক্ষিতত প্ৰায় অঢ়ৈ বছৰৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসম তথা ভাৰতীয় নাগৰিকৰ বাবে প্ৰৱেশ দুৱাৰ সম্পূৰ্ণ ৰূপে বন্ধ আছিল ৷ যাৰ ফলত দুয়োখনৰ দেশৰ মাজত ব্যৱসায় বাণিজ্য বন্ধ হৈ পৰিছিল আৰু ইয়াৰ বাবে দুয়োখন দেশৰ বিশেষকৈ সীমান্তৱৰ্তী ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখিন হব লগীয়া হৈছিল ৷ কিন্তু ক’ভিডৰ প্ৰকোপ কমি অহাত অহা ২৩ ছেপ্টেম্বৰৰ পৰা ভূটানৰ প্ৰৱেশ দুৱাৰ পুনৰ মুকলি কৰা হব ৷ যাৰ ফলত ভূটান আৰু ভাৰতৰ মাজত যাতায়তৰ লগতে বেপাৰ, বাণিজ্য আৰু পৰ্যটকৰ ব্যৱস্থা স্বাভাৱিক হোৱাৰ পথত ৷

বুধবাৰে বিটিআৰ সচিবালয়ত ভুটান আৰু বিটিআৰ প্ৰশাসনৰে হোৱা বৈঠকৰ অন্তত এই তথ্য সদৰী কৰে ভূটানৰ গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ আইন-শৃংখলা বিভাগৰ সঞ্চালক টাছি পেঞ্জৰে ৷ বৈঠকত ভূটান চৰকাৰে দাদগিৰি আৰু নামলাংত পৰ্যটকৰ সুবিধাৰ্থে প্ৰৱজন কাৰ্যলয় মুকলি কৰা হব জনায় ৷ বৈঠকত ভূটানৰ সৰপাং জিলাৰ উপায়ুক্ত লৱজাঙ, জংখাৰ জিলাৰ উপায়ুক্ত টাছি ৱাঙগমু, ছানড্ৰপ ঝংখাৰ আৰক্ষী অধীক্ষক ছোগায়েলকে ধৰি ১২ জনীয়া ৰয়েল ভূটানৰ দল উপস্থিত থকাৰ বিপৰীতে বিটিআৰৰ হৈ বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস , বিটিআৰৰ সচিব নৰেন বসুমতিৰী , উপ সচিব অনিত্য বসুমতাৰী , কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা , আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেকে ধৰি চিৰাং , বাগছা ওদালগুৰি আৰু তামুলপুৰ জিলাৰ উপায়ুক্ত – আৰক্ষী অধীক্ষক সহ শীৰ্ষ বিষয়া সকল উপস্থিত আছিল ৷

Recent News

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd