• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূটান চৰকাৰৰ শীৰ্ষ প্ৰতিনিধি আৰু বিটিআৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

আঢ়ৈ বছৰৰ মূৰত অহা ২৩ ছেপ্টেম্বৰত পুনৰ মুকলি হব ভূটানৰ প্ৰৱেশ দুৱাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
September 14, 2022 5:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিআৰ প্ৰশাসন আৰু ভূটান চৰকাৰৰ প্ৰতিনিধিৰ মাজত বুধবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত বিটিআৰৰ পাঁচ খন জিলাৰ উপায়ুক্ত , আৰক্ষী অধীক্ষক সহ শীৰ্ষ বিষয়া আৰু ভুটান চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ আইন শৃংখলা বিভাগৰ সঞ্চালক সহ ১২ জনীয় প্ৰতিনিধিৰ দলে অংশগ্ৰহণ কৰে ৷ মূলত দুয়োখন দেশৰ মাজত বেপাৰ , বাণিজ্য আৰু যাতায়াতক লৈ এই বৈঠক অনুষ্ঠিত হয় ৷

উল্লেখ্য যে, মহামাৰী ক’ভিডৰ পৰিপ্ৰেক্ষিতত প্ৰায় অঢ়ৈ বছৰৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসম তথা ভাৰতীয় নাগৰিকৰ বাবে প্ৰৱেশ দুৱাৰ সম্পূৰ্ণ ৰূপে বন্ধ আছিল ৷ যাৰ ফলত দুয়োখনৰ দেশৰ মাজত ব্যৱসায় বাণিজ্য বন্ধ হৈ পৰিছিল আৰু ইয়াৰ বাবে দুয়োখন দেশৰ বিশেষকৈ সীমান্তৱৰ্তী ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখিন হব লগীয়া হৈছিল ৷ কিন্তু ক’ভিডৰ প্ৰকোপ কমি অহাত অহা ২৩ ছেপ্টেম্বৰৰ পৰা ভূটানৰ প্ৰৱেশ দুৱাৰ পুনৰ মুকলি কৰা হব ৷ যাৰ ফলত ভূটান আৰু ভাৰতৰ মাজত যাতায়তৰ লগতে বেপাৰ, বাণিজ্য আৰু পৰ্যটকৰ ব্যৱস্থা স্বাভাৱিক হোৱাৰ পথত ৷

Apply Now

বুধবাৰে বিটিআৰ সচিবালয়ত ভুটান আৰু বিটিআৰ প্ৰশাসনৰে হোৱা বৈঠকৰ অন্তত এই তথ্য সদৰী কৰে ভূটানৰ গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ আইন-শৃংখলা বিভাগৰ সঞ্চালক টাছি পেঞ্জৰে ৷ বৈঠকত ভূটান চৰকাৰে দাদগিৰি আৰু নামলাংত পৰ্যটকৰ সুবিধাৰ্থে প্ৰৱজন কাৰ্যলয় মুকলি কৰা হব জনায় ৷ বৈঠকত ভূটানৰ সৰপাং জিলাৰ উপায়ুক্ত লৱজাঙ, জংখাৰ জিলাৰ উপায়ুক্ত টাছি ৱাঙগমু, ছানড্ৰপ ঝংখাৰ আৰক্ষী অধীক্ষক ছোগায়েলকে ধৰি ১২ জনীয়া ৰয়েল ভূটানৰ দল উপস্থিত থকাৰ বিপৰীতে বিটিআৰৰ হৈ বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস , বিটিআৰৰ সচিব নৰেন বসুমতিৰী , উপ সচিব অনিত্য বসুমতাৰী , কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা , আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেকে ধৰি চিৰাং , বাগছা ওদালগুৰি আৰু তামুলপুৰ জিলাৰ উপায়ুক্ত – আৰক্ষী অধীক্ষক সহ শীৰ্ষ বিষয়া সকল উপস্থিত আছিল ৷

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd