• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ জন্মদিনৰ দিনাই চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল গুজৰাট; স্তব্ধ চৰকাৰী কামকাজ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2022 7:33 am
মোডীৰ জন্মদিনৰ দিনাই চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল গুজৰাট; স্তব্ধ চৰকাৰী কামকাজ!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনটোতে তেওঁৰ গৃহ ৰাজ্য গুজৰাটৰ বিভিন্ন চৰকাৰী বিভাগ আৰু বিদ্যালয়ত প্ৰায় স্থবিৰ হৈ পৰিল। হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে পুৰণি পেঞ্চন আঁচনিৰ দাবীত গণ ছুটী লৈছে। চৰকাৰী কৰ্মচাৰীৰ জিলা পৰ্যায়ৰ সংগঠনসমূহে শনিবাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল।

তেওঁলোকে দাবী কৰিছিল যে ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন আঁচনি ৰূপায়ণৰ মূল দাবী গ্ৰহণ কৰা নাই। অৱশ্যে ৰাজ্যিক পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী সংগঠনবোৰে কয় যে চৰকাৰে তেওঁলোকৰ বেছিভাগ দাবী মানি লৈছে।

লগতে পঢ়ক: গুৱাহাটী আই আই টি- ত চাঞ্চল্য: হোষ্টেলৰ কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

পুৰণি পেঞ্চন আঁচনিৰ দাবীত শিক্ষক আৰু পঞ্চায়ত স্বাস্থ্য কৰ্মী সংগঠনসমূহে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে। শনিবাৰে কেৱল ভাৱনগৰ জিলাত ৭হাজাৰ শিক্ষকে ছুটি লৈছিল। গান্ধীনগৰৰ পুৰণি সচিবালয় চৌহদত বহু চৰকাৰী কৰ্মচাৰীয়ে এটা শোভাযাত্ৰা উলিয়ায়। কচ্ছত প্ৰায় ৮ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কামত যোগদান কৰা নাছিল।তেওঁলোকৰ বেছিভাগেই আছিল শিক্ষক।

এগৰাকী প্ৰতিবাদকাৰীয়ে কয়,”আমাৰ নেতাসকলে কৈছে যে সকলো দাবী পূৰণ কৰা হৈছে। কিন্তু পুৰণি পেঞ্চন আঁচনিৰ দাবীসমূহ এতিয়াও পূৰণ কৰা হোৱা নাই। আমাৰ বহুতে ২০০৫ চনৰ পৰা কামত যোগদান কৰিছে। তেওঁলোকৰ কি হ’ব?”

উল্লেখ্য যে শুকুৰবাৰে গুজৰাট চৰকাৰে ঘোষণা কৰে যে ২০০৫ চনত কামত যোগদান কৰা কেৱল চৰকাৰী কৰ্মচাৰীয়েহে পেঞ্চন আৰু ভৱিষ্য নিধিৰ সুবিধা লাভ কৰিব। সৌৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংযুক্ত মৰ্চাৰ আহ্বায়ক মহেশ মোৰিয়ে কয়, “আমাৰ মুখ্য দাবী আছিল পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ কৰা। কিন্তু এই দাবী পূৰণ কৰা হোৱা নাছিল। চৰকাৰৰ সিদ্ধান্তৰ দ্বাৰা বহুতো কৰ্মচাৰী প্ৰভাৱিত হ’ব। সেইকাৰণে আমি আজি গণ ছুটীত যোৱাৰ সিদ্ধান্ত লৈছো।”

লগতে পঢ়ক: ভিছা নিয়ম উলংঘা: বিশ্বনাথত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৭ গৰাকী বাংলাদেশী নাগৰিকক

অৱশ্যে গুজৰাটৰ সংযুক্ত কৰ্মচাৰী মৰ্চা আৰু ৰাষ্ট্ৰীয় সংযুক্তা মৰ্চাই এই প্ৰতিবাদ সমৰ্থন কৰা নাই। তেওঁলোকৰ মতে শুকুৰবাৰে পাঁচজন মন্ত্ৰীৰ সৈতে চৰকাৰী কৰ্মচাৰীৰ বিভিন্ন দাবীৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত হয়। পুৰণি পেঞ্চন আঁচনিৰ দাবীৰ বাহিৰে সংগঠনটোৰ বেছিভাগ দাবী চৰকাৰে গ্ৰহণ কৰিছে। সকলো দিশ মনত ৰাখি এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

August 23, 2025 8:28 am
মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd