• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৰুতৰভাৱে অসুস্থ মুলায়ম সিং যাদৱ; আইচিইউত ভৰ্তি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2022 9:41 am
122
VIEWS
Share on FacebookShare on Twitter

Mulayam Singh Yadav admitted to ICU পুনৰ অসুস্থ হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱ। তেওঁক গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ যথেষ্ট অৱনতি ঘটিছে।

তেওঁৰ শাৰিৰীক অৱস্থা ইমানেই জটিল হৈ পৰিছে যে চিকিৎসকসকলে চিকিৎসালয়ত নিয়াৰ পিছতে তেওঁক আইচিইউত ৰখাৰ সিদ্ধান্ত লয়।

লগতে পঢ়ক: গুৱাহাটীত ৰোমাঞ্চকৰ ক্ৰিকেট! দ্বিতীয় টী-২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি শৃংখলা জয় ভাৰতৰ

জানিব পৰা মতে মুলায়ম সিং যাদৱ যোৱা কেইবছৰমান ধৰি বাৰ্দ্ধক্যজনিত ৰোগত ভুগি আছে। তেওঁৰ শৰীৰ একেবাৰে ভাল নহয়। যোৱা বছৰৰ মাজভাগত মুলায়মৰ স্বাস্থ্যৰ অৱস্থাৰ হঠাতে অৱনতি ঘটিছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁক গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিল।

সেইবাৰ তেওঁৰ প্ৰস্ৰাৱৰ সমস্যা ধৰা পৰিছিল। কেইবাদিনো চিকিৎলায়ত ভৰ্তি হৈ থকাৰ পিছত সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপকজনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল।

মুলায়ম সিং যাদৱ ভাৰতীয় ৰাজনীতিৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি। তেওঁ উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক। ৮০ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদগৰাকী তেওঁৰ অনুগামীসকলৰ মাজত ‘নেতাজী’ হিচাপে পৰিচিত।

লগতে পঢ়ক: কলংকৰ দাগ! বৰ্ষাপাৰা ষ্টেডিয়ামত সাপ, নুমাল ফ্লাডলাইট; ২৩ মিনিট বন্ধ ৰাখিবলগীয়া হ’ল খেল

মুলায়ম সিং যাদৱ কেৱল উত্তৰ প্ৰদেশৰ তিনিবাৰৰ মুখ্যমন্ত্ৰীয়ে নহয়, ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ তেওঁ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীও আছিল। তেওঁৰ পুত্ৰ অখিলেশ সিং যাদৱে বৰ্তমান দলৰ দায়িত্ব লৈছে। পিতৃৰ দৰে তেওঁৱো উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd