• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাঞ্চল্যকৰ শ্বীনা বৰা হত্যা কাণ্ড: পিটাৰ মুখাৰ্জী নিৰ্দোষ; দাবী পুত্ৰ ৰাহুলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2022 2:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষ্টাৰ ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী পিটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জীয়ে দাবী কৰিছে যে শ্বীনা বৰা হত্যাত তেওঁৰ পিতৃৰ কোনো ভূমিকা নাছিল। চিবিআইৰ এখন বিশেষ আদালতত এই দাবী কৰিছে ৰাহুল মুখাৰ্জীয়ে।

উল্লেখ্য যে কুখ্যাত তথা হাই-প্ৰফাইল শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত ইন্দ্ৰাণী মুখাৰ্জীৰ সৈতে এজন অভিযুক্ত হৈছে পিটাৰ মুখাৰ্জী।

শ্বীনা বৰাৰ বাগদত্তা ৰাহুলে এইদৰে কয়, “মই মোৰ স্থিতি পুনৰাবৃত্তি কৰোঁ যে মোৰ দেউতা নিৰ্দোষ।” ৰাহুলে অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ অধিবক্তাৰ প্ৰশ্নৰ উত্তৰ দিছিল।

Apply Now

লগতে পঢ়ক: ইন্দোৰত উপস্থিত হোৱাৰ পিছতে বোমাৰে উৰুৱাই দিয়া হ’ব! ভাৰত জোড়ো যাত্ৰাৰ মাজতে ৰাহুল গান্ধীলৈ মৃত্যুৰ ভাবুকি

তেওঁ দৰাচলতে কৈছিল যে তেওঁৰ পিতৃ পিটাৰ মুখাৰ্জীয়ে শ্বীনাক হত্যা কৰাৰ ষড়যন্ত্ৰৰ বিষয়ে অৱগত নাছিল।

“মই ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছো যে মোৰ দেউতা নিৰ্দোষ আৰু তেওঁৰ ওপৰত কোনো অভিযোগ উত্থাপন কৰিব নোৱাৰি,” ৰাহুলে কয়।

২০১২ চনৰ ২৪ এপ্ৰিলত, ২৪ বছৰীয়া শ্বীনাক তেওঁৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী, তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু চালক শ্যামবৰ ৰায়ে পিটাৰ মুখাৰ্জীৰ সৈতে ষড়যন্ত্ৰ কৰি অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

অৱশ্যে, ২০১৫ চনতহে আৰক্ষীয়ে অস্ত্ৰৰ গোচৰত শ্যামবৰ ৰায়ক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ অপৰাধ স্বীকাৰ কৰাৰ সময়ত শ্বীনা বৰাৰ হত্যাৰ কথা পোহৰলৈ আহিছিল।

বোম্বে হাইকোৰ্টে ২০২০ৰ ফেব্ৰুৱাৰীত ষ্টাৰ ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী পিটাৰ মুখাৰ্জীৰ জামিন মঞ্জুৰ কৰিছিল।

লগতে পঢ়ক: গাজাৰ শৰনাৰ্থী শিবিৰত ভয়াৱহ অগ্নিকাণ্ড: ৭ শিশুসহ ২১ গৰাকীৰ মৃত্যু

২০১২চনত তেওঁৰ প্ৰাক্তন পত্নী ইন্দ্ৰাণী মুখাৰ্জীৰ কন্য শ্বীনা বৰাক হত্যাৰ ষড়যন্ত্ৰত গ্ৰহণ কৰা ভূমিকাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ২০১৫চনৰে পৰা পীটাৰ মুখাৰ্জী কাৰাবন্দী হৈ আছিল।

‘যেতিয়া ঘটনাতো সংঘটিত হৈছিল, আবেদনকাৰী (পিটাৰ মুখাৰ্জী)ভাৰতত নাছিল। ঘটনাটোৰ বিচাৰ ইতিমধ্যে চলি আছে। আবেদনকাৰী চাৰি বছৰতকৈয়ো অধিক কাল কাৰাগাৰাত আছে আৰু অলপতে বাইপাছ চাৰ্জাৰী হৈ গৈছে,’- জামিন প্ৰদান কৰি ন্যায়াধীশ চাম্ব্ৰে এইদৰে কৈছিল।

ন্যায়াধীশ নীতিন চাম্ব্ৰেই পিটাৰ মুখাৰ্জীক অতিৰিক্ত স্থগিতকৰণ ল’বলৈ অনুমতি দিয়া নাছিল আৰু গোচৰটোৰ সাক্ষী তেওঁৰ কন্যা বিধি, পুত্ৰ ৰাহুল আৰু আন সাক্ষীসকলৰ সৈতে যোগাযোগ কৰিব নোৱাৰে বুলি কৈছিল।

আদালতে লগতে প্ৰাথমিক সাক্ষ্যত অপৰাধটোত তেওঁ জড়িত থকাৰ কোনো প্ৰমান নাই বুলি কৈছিল।

লগতে পঢ়ক: ত্ৰিপুৰাত স্থাপন হ’ব এছিয়াৰ সৰ্ব্বোচ্চ ফোৱাৰা: নতুন বৰ্ষৰ প্ৰথম মাহতে সম্পূৰ্ণ হ’ব নিৰ্মাণ

অৱশ্যে, চিবিআইৰ অনুৰোধত আদালতে ইয়াৰ নিৰ্দেশনা ছয় বছৰৰ বাবে স্থগিত ৰাখিছিল যাতে তদন্তকাৰী সংস্থাটোৱে নিৰ্দেশটোৰ বিৰুদ্ধে এক আবেদন কৰিব পাৰে।

উল্লেখযোগ্য যে চিবিআইয়ে কৈছিল যে পিটাৰ মুখাৰ্জীয়ে ইন্দ্ৰাণী মুখাৰ্জী আৰু তেওঁৰ পূৰ্বৰ পতি সঞ্জীৱ খান্নাৰ সৈতে শ্বীনা বৰাক হত্যা কৰাৰ বাবে এক অপৰাধমূলক ষড়যন্ত্ৰত লিপ্ত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd