• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাত্ৰ ১৫ ৰাণত অল আউট; টী-২০ত সৰ্বনিম্ন স্ক’ৰৰ বিশ্ব ৰেকৰ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2022 7:03 am
161
VIEWS
Share on FacebookShare on Twitter

ভালকৈ মন কৰক, ০-০-৩-০-২-১-১-০-০-৪-১ -এইটো কোনো আইএছডি নম্বৰ নহয়। নতুবা কোনো পাছৱৰ্ডো নহয়। এইটো প্ৰকৃততে বিগ বেছ লীগৰ দল চিডনী থাণ্ডাৰৰ ১১ জন বেটছমেনৰ সংগ্ৰহ কৰা ৰাণ।

শুকুৰবাৰে বিগ বেছ লীগৰ খেলখনত এডিলেড ষ্ট্ৰাইকাৰ্ছৰ বিৰুদ্ধে ৫ অভাৰ ৫টা বল খেলি চিডনী থাণ্ডাৰে মাত্ৰ ১৫ ৰাণতে অল আউট হয়। সেইদৰে, তেওঁলোকে টী-২০ৰ বিশ্ব ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ লজ্জাজনক অভিলেখ স্থাপন কৰিলে।

লগতে পঢ়ক: চাৰিখন ভৰিৰে জন্ম হ’ল নৱজাতকৰ; লাখ লাখ শিশুৰ ভিতৰত মাত্ৰ এজনহে আক্ৰান্ত হয় এই বিৰল ৰোগত

চিডনী থাণ্ডাৰে পুৰুষৰ টি-২০ ক্ৰিকেটত সৰ্বনিম্ন স্ক’ৰ অৰ্জন কৰিছে। তেওঁলোকে তুৰ্কীৰ ২১ ৰাণত আউট হোৱাৰ লজ্জাজনক অভিলেখকো অতিক্ৰম কৰিছে। ২০১৯ চনত চেক গণৰাজ্যৰ বিৰুদ্ধে এখন টী-২০ খেলত তুৰ্কী ২১ ৰাণত অল আউট হৈছিল।

এডিলেড ষ্ট্ৰাইকাৰ্ছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। এইটো নহয় যে তেওঁলোকে আৰম্ভণিতে ভাল প্ৰদৰ্শন কৰিছিল। তেওঁলোকেও ৩২ ৰাণত ৩ টা উইকেট হেৰুৱাইছিল। তাৰ পৰা, ক্ৰিছ লিন আৰু কলিং ডি’গ্ৰেণ্ডহোমে দলটোক কিছু ভাল স্থানলৈ লৈ যায়। লিনৰ ৩৬ আৰু গ্ৰেণ্ডহোমৰ ৩৩ ৰাণৰ বাহিৰে এডিলেড ষ্ট্ৰাইকাৰসকলৰ বাকী খিনি স্ক’ৰ লেখত ল’বলগীয়া নহয়।

তথাপি আন তিনিজনে দুটা সংখ্যাত উপনীত হৈছিল। থমাছ কেলি আৰু হেৰী নিয়েলচনে প্ৰতিজনে ১৩ ৰাণকৈ সংগ্ৰহ কৰিছিল। জেক ৱেটহেৰাল্ডে ১০ ৰাণ কৰিছিল। ইয়াৰ বাহিৰে বাকীবোৰ এটা অংকৰ ঘৰতে আবদ্ধ আছিল। তেওঁলোকে ৯ টা উইকেট হেৰুৱাই ১৩৯ ৰাণ সংগ্ৰহ কৰি যুঁজিবলৈ কিছু প্ৰত্যাহ্বান আগবঢ়াইছিল।

লগতে পঢ়ক: সক্ৰিয় কিম জং-উন! নতুন অস্ত্ৰৰ বাবে অত্যাধুনিক ইঞ্জিনৰ পৰীক্ষা চলালে উত্তৰ কোৰিয়াই

চিডনীৰ ফজল হক ফাৰুকীয়ে ৩ টা উইকেট দখল কৰিছিল। গুৰিন্দৰ সান্ধু, ডেনিয়েল চামছ আৰু ব্ৰেণ্ডন ডগেটে দুটাকৈ উইকেট দখল কৰে।

কিন্তু চিডনী থাণ্ডাৰে ৰান অতিক্ৰমৰ লক্ষ্য লৈ যি কৰিলে সেয়া বিশ্ব ক্ৰিকেটত লাজত মুখ দেখুৱাব নোৱাৰা ঘটনা। খেলখন মাত্ৰ ১৫ ৰাণতে সমাপ্ত হয়। ইমান কম ৰাণত অল আউট হোৱাটো নিঃসন্দেহে চিডনীৰ বাবে এটা ডাঙৰ দুৰ্যোগ।

লগতে পঢ়ক: মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা অভিযান্ত্ৰিকৰ ছাত্ৰৰ; আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

এডিলেডৰ হেনৰী থৰ্ণটন আৰু ৱেছ আগৰে চিডনীৰ ইনিংছ ধ্বংস কৰি দিছিল। থৰ্ণটনে ৫ টা উইকেট দখল কৰাৰ বিপৰীতে,আগৰে ৪ টা উইকেট আৰু মেথিউ শ্বৰ্টে ১ টা উইকেট দখল কৰিছিল।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd