• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাৰিখন ভৰিৰে জন্ম হ’ল নৱজাতকৰ; লাখ লাখ শিশুৰ ভিতৰত মাত্ৰ এজনহে আক্ৰান্ত হয় এই বিৰল ৰোগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2022 7:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Woman delivers baby girl with ‘Four’ legs দুখন নহয়, চাৰিখন ভৰিৰ সৈতে জন্ম হ’ল এক নৱজাতকৰ। মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ কমলাৰাজ চিকিৎসালয়ত এটা চাৰি ভৰিৰ কেঁচুৱাৰ জন্ম হৈছে। বাতৰিটো ক্ষিপ্ৰতাৰে বিয়পি পৰিছে। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে। তাৰ পিছতে শিশুটোক চাবলৈ চিকিৎসালয়ৰ চৌহদত বহুলোক ভিৰ কৰিছে।

চিকিৎসকসকলে জানিবলৈ দিছে যে শিশুটোক কঠোৰ নিৰাপত্তাৰ অধীনত চিকিৎসালয়খনত ৰখা হৈছে।

চিকিৎসালয়ৰ মতে, নৱজাতকক নিউ ব’ৰ্ণ কেয়াৰ ইউনিটত ৰখা হৈছে। চাৰিখন ভৰিৰে জন্ম হোৱাটো অস্বাভাৱিক। চিকিৎসীয় পৰিভাষাত, ইয়াক ইশিওপাগাছ বুলি কোৱা হয়। লাখ লাখ শিশুৰ ভিতৰত মাত্ৰ এজনহে কেতিয়াবা এনে ৰোগৰ দ্বাৰা আক্ৰান্ত হয়।

Apply Now

লগতে পঢ়ক: মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা অভিযান্ত্ৰিকৰ ছাত্ৰৰ; আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

জয়ৰোগ চিকিৎসালয়ৰ গ্ৰুপ ছুপাৰিন্টেন্ট আৰ কে ধাকড়ে জনায় যে নৱজাতকৰ শাৰীৰিক বিকৃতি আছে। কিছুমান ভ্ৰূণ অত্যাধিক হৈ গৈছে। চিকিৎসীয় ভাষাত, ইয়াক ইশিওপাগাছ বুলি কোৱা হয়।

এনে ৰোগত গৰ্ভজাত কেঁচুৱাৰ তলৰ অংশ অধিক বিকশিত হয়। এনে সমস্যাৰ সৈতে এক নিযুত শিশুৰ ভিতৰত মাত্ৰ এজনহে জন্ম হয়। ই এক বিৰল ৰোগ। এই ধৰণৰ ৰোগ অস্ত্ৰোপচাৰৰ জৰিয়তে সকাহ পাব পাৰি। শিশুক স্বাভাৱিক কৰিব পাৰি। অস্ত্ৰোপচাৰৰ দ্বাৰা কন্যা শিশুটিৰ অতিৰিক্ত দুখন ভৰি আঁতৰাব লাগিব।

লগতে পঢ়ক: ড্ৰাগছ সম্পৰ্কীয় বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত এইবাৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিঙক ইডিৰ চমন!

চিকিৎসালয়ৰ মতে, কেঁচুৱাজনী বৰ্তমান সম্পূৰ্ণ স্বাস্থ্যৱান আৰু স্বাভাৱিক। গোৱালিয়ৰৰ ছিকন্দৰ কাম্পু অঞ্চলৰ বাসিন্দা আৰতি কুশৱাহাই চাৰিখন ভৰিৰ এটা সন্তানটো জন্ম দিছে। মাতৃগৰাকীৰ ভনীয়েকে কৈছে যে তেওঁ আগেয়েও দুগৰাকী কন্যা সন্তান জন্ম দিছিল। কিন্তু তেওঁলোক স্বাস্থ্যৱান আছিল। তৃতীয় সন্তানটোৱে চাৰিটা ভৰিৰে জন্ম পায়। তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়। অস্ত্ৰোপচাৰ কৰাৰ দৰে সামৰ্থ্য নাই। সেয়ে পৰিয়ালটোৱে ৰাজ্য চৰকাৰৰ পৰা আৰ্থিক সহায় বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd