• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ১৫ ৰাণত অল আউট; টী-২০ত সৰ্বনিম্ন স্ক’ৰৰ বিশ্ব ৰেকৰ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2022 7:03 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভালকৈ মন কৰক, ০-০-৩-০-২-১-১-০-০-৪-১ -এইটো কোনো আইএছডি নম্বৰ নহয়। নতুবা কোনো পাছৱৰ্ডো নহয়। এইটো প্ৰকৃততে বিগ বেছ লীগৰ দল চিডনী থাণ্ডাৰৰ ১১ জন বেটছমেনৰ সংগ্ৰহ কৰা ৰাণ।

শুকুৰবাৰে বিগ বেছ লীগৰ খেলখনত এডিলেড ষ্ট্ৰাইকাৰ্ছৰ বিৰুদ্ধে ৫ অভাৰ ৫টা বল খেলি চিডনী থাণ্ডাৰে মাত্ৰ ১৫ ৰাণতে অল আউট হয়। সেইদৰে, তেওঁলোকে টী-২০ৰ বিশ্ব ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ লজ্জাজনক অভিলেখ স্থাপন কৰিলে।

লগতে পঢ়ক: চাৰিখন ভৰিৰে জন্ম হ’ল নৱজাতকৰ; লাখ লাখ শিশুৰ ভিতৰত মাত্ৰ এজনহে আক্ৰান্ত হয় এই বিৰল ৰোগত

Apply Now

চিডনী থাণ্ডাৰে পুৰুষৰ টি-২০ ক্ৰিকেটত সৰ্বনিম্ন স্ক’ৰ অৰ্জন কৰিছে। তেওঁলোকে তুৰ্কীৰ ২১ ৰাণত আউট হোৱাৰ লজ্জাজনক অভিলেখকো অতিক্ৰম কৰিছে। ২০১৯ চনত চেক গণৰাজ্যৰ বিৰুদ্ধে এখন টী-২০ খেলত তুৰ্কী ২১ ৰাণত অল আউট হৈছিল।

এডিলেড ষ্ট্ৰাইকাৰ্ছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। এইটো নহয় যে তেওঁলোকে আৰম্ভণিতে ভাল প্ৰদৰ্শন কৰিছিল। তেওঁলোকেও ৩২ ৰাণত ৩ টা উইকেট হেৰুৱাইছিল। তাৰ পৰা, ক্ৰিছ লিন আৰু কলিং ডি’গ্ৰেণ্ডহোমে দলটোক কিছু ভাল স্থানলৈ লৈ যায়। লিনৰ ৩৬ আৰু গ্ৰেণ্ডহোমৰ ৩৩ ৰাণৰ বাহিৰে এডিলেড ষ্ট্ৰাইকাৰসকলৰ বাকী খিনি স্ক’ৰ লেখত ল’বলগীয়া নহয়।

তথাপি আন তিনিজনে দুটা সংখ্যাত উপনীত হৈছিল। থমাছ কেলি আৰু হেৰী নিয়েলচনে প্ৰতিজনে ১৩ ৰাণকৈ সংগ্ৰহ কৰিছিল। জেক ৱেটহেৰাল্ডে ১০ ৰাণ কৰিছিল। ইয়াৰ বাহিৰে বাকীবোৰ এটা অংকৰ ঘৰতে আবদ্ধ আছিল। তেওঁলোকে ৯ টা উইকেট হেৰুৱাই ১৩৯ ৰাণ সংগ্ৰহ কৰি যুঁজিবলৈ কিছু প্ৰত্যাহ্বান আগবঢ়াইছিল।

লগতে পঢ়ক: সক্ৰিয় কিম জং-উন! নতুন অস্ত্ৰৰ বাবে অত্যাধুনিক ইঞ্জিনৰ পৰীক্ষা চলালে উত্তৰ কোৰিয়াই

চিডনীৰ ফজল হক ফাৰুকীয়ে ৩ টা উইকেট দখল কৰিছিল। গুৰিন্দৰ সান্ধু, ডেনিয়েল চামছ আৰু ব্ৰেণ্ডন ডগেটে দুটাকৈ উইকেট দখল কৰে।

কিন্তু চিডনী থাণ্ডাৰে ৰান অতিক্ৰমৰ লক্ষ্য লৈ যি কৰিলে সেয়া বিশ্ব ক্ৰিকেটত লাজত মুখ দেখুৱাব নোৱাৰা ঘটনা। খেলখন মাত্ৰ ১৫ ৰাণতে সমাপ্ত হয়। ইমান কম ৰাণত অল আউট হোৱাটো নিঃসন্দেহে চিডনীৰ বাবে এটা ডাঙৰ দুৰ্যোগ।

লগতে পঢ়ক: মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা অভিযান্ত্ৰিকৰ ছাত্ৰৰ; আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

এডিলেডৰ হেনৰী থৰ্ণটন আৰু ৱেছ আগৰে চিডনীৰ ইনিংছ ধ্বংস কৰি দিছিল। থৰ্ণটনে ৫ টা উইকেট দখল কৰাৰ বিপৰীতে,আগৰে ৪ টা উইকেট আৰু মেথিউ শ্বৰ্টে ১ টা উইকেট দখল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd