• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনত পুনৰ কোভিড :: তিনিমাহৰ ভিতৰত আক্ৰান্ত হ’ব ৬০ শতাংশ লোক

কমিউনিষ্ট পাৰ্টি জনস্বাস্থ্যৰ প্ৰতি একেবাৰেই চিন্তিত নহয়। তেওঁলোকে বিচাৰে যে প্ৰাৰম্ভিক পৰ্যায়ত সাধাৰণ মানুহ নিৰ্বিচাৰে প্ৰভাৱিত হওক। গতিকে সংক্ৰমণৰ ৰোধৰ বাবে চৰকাৰে কোনো আপদকালীন উদ্যোগ হাতত লোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2022 3:36 pm
A medical worker in a protective suit checks rapid antigen tests for Covid-19 at an entrance of a hospital, as coronavirus disease (COVID-19) outbreaks continue in Shanghai, China, December 13, 2022. REUTERS/Aly Song

A medical worker in a protective suit checks rapid antigen tests for Covid-19 at an entrance of a hospital, as coronavirus disease (COVID-19) outbreaks continue in Shanghai, China, December 13, 2022. REUTERS/Aly Song

15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা তিনিমাহৰ ভিতৰতে কৰ’নাত আক্ৰান্ত হ’ব চীনৰ ৬০ শতাংশ লোক। এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে বিখ্যাত মহামাৰী বিজ্ঞানী এৰিক ফেইল-ডিঙে। তেওঁৰ মতে এই তিনিমাহত চীনত লাখ লাখ লোকৰ মৃত্যু হ’ব।

এৰিক ফেইল-ডিঙ

চীনৰ কোভিড হাস্পাতালত ইতিমধ্যে অতিমাত্ৰা ভিৰ হ’বলৈ আৰম্ভ কৰিছে। এই পৰিস্থিতি আৰু  ভয়াৱহ বুলি আশংকা কৰিছে মহামাৰী বিজ্ঞানী এৰিক ফেইল-ডিঙে।

Apply Now

উল্লেখ্য যে চীনে কোভিড প্ৰতিৰোধৰ বাবে সদায় কঠোৰ লকডাউনৰ জাৰি কৰি আহিছিল। কিন্তু সমগ্ৰ দেশতে প্ৰতিবাদৰ সন্মুখীন হৈ চীন চৰকাৰে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে।

লগতে পঢ়ক : বিপদত প্ৰাক্তন ৰাষ্ট্ৰপতি; অভিযোগ প্ৰমানিত হ’লে ৪০ বছৰলৈকে কাৰাবাস হ’ব পাৰে ডোনাল্ড ট্ৰাম্পৰ!

কিন্তু লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছৰ পৰাই চীনত পুনৰ কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ বাতৰি কাকতৰ সূত্ৰৰ মতে কোভিড ৰোগীৰ বাবে থকা বিশেষ শ্মশান সমূহৰ একাংশ শ্মশান ইতিমধ্যে ভৰি পৰিছে।

এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চীন চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সবিশেষ জনা নাযায় যদিও মহামাৰী বিজ্ঞানী ফেইলে ইয়াৰ বিষয়ে কিছু আভাস দিয়ে। তেওঁৰ মতে কমিউনিষ্ট পাৰ্টি জনস্বাস্থ্যৰ প্ৰতি একেবাৰেই চিন্তিত নহয়। তেওঁলোকে বিচাৰে যে প্ৰাৰম্ভিক পৰ্যায়ত সাধাৰণ মানুহ নিৰ্বিচাৰে প্ৰভাৱিত হওক। গতিকে সংক্ৰমণৰ ৰোধৰ বাবে চৰকাৰে কোনো আপদকালীন উদ্যোগ হাতত লোৱা নাই।

লগতে পঢ়ক : শেহতীয়া NCRB প্ৰতিবেদন: ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

 সেইবাবেই চীনত কোভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। চীনত এতিয়া দৈনিক কমেও ২০০টা মৃতদেহ শ্মশানত দাহ কৰিব লগা হৈছে। কভিড আক্ৰান্ত সকলক দাহ কৰাৰ বাবে শ্মশানৰ কৰ্মী সকলো  মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে। অৱশ্যে মৃতকৰ সংখ্যা চীনে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।

লগতে পঢ়ক : দুবছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হ’ল দুই দেশৰ দুই সমকামী বিশ্ব সুন্দৰীয়ে

সূত্ৰ অনুসৰি বৰ্তমান চীনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৪ লাখৰো অধিক। কিন্তু চীন চৰকাৰে এই সন্দৰ্ভত একো অৱগত কৰা নাই। আনকি প্ৰশাসনে দেশৰ নাগৰিকৰ বাবে পৰ্যাপ্ত ভেকচিনো যোগান ধৰা নাই। মুঠতে কোভিডৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হৈছে চীনা কমিউনিষ্ট পাৰ্টি। অদূৰ ভৱিষ্যতে কোভিডৰ ফলত চীনৰ নাগৰিক অধিক ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা কৰিছে ফেইলৰ দৰে বিশেষজ্ঞসকলে।

লগতে পঢ়ক : ৰুছ-ইউক্ৰেইন সমস্যা সমাধানৰ বাবে ৩ সূত্ৰ প্ৰস্তাৱ জেলেনস্কীৰ  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd