• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৰিষ্যাত ৰাছিয়াৰ দুজনৰ ‘ৰহস্যজনক’ মৃত্যুৰ পিছতে সন্ধানহীন আন এক পুটিনৰ সমালোচক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 31, 2022 2:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ভুৱনেশ্বৰ ৰে’ল ষ্টেচনৰ পৰা আন এজন ৰাছিয়ান ব্যক্তি সন্ধানহীন হোৱাৰ লগে লগে উৰিষ্যা আৰক্ষী পুনৰ এক জটিলতাত সোমাই পৰিছে। এইটো দুজন ৰাছিয়াৰ নাগৰিকৰ “ৰহস্যজনক” মৃত্যুৰ ঠিক পিছতে ঘটিছে,যাৰ ভিতৰত ইউক্ৰেইনত পুটিনৰ যুদ্ধৰ সমালোচনা কৰা এজন আইন প্ৰণেতাও আছিল। নিৰুদ্দেশ হোৱাৰ আগতে মানুহজনক এখন প্লেকাৰ্ড ধৰি ৰাখি সহায় বিচৰা দেখা গৈছিল আৰু লগতে কৈছিল যে তেওঁ ইউক্ৰেইনত পুটিনৰ যুদ্ধৰ বিৰোধী।

 “মই এজন ৰাছিয়ান শৰণাৰ্থী। মই যুদ্ধ আৰু পুটিনৰ বিৰোধী। মই গৃহহীন। অনুগ্ৰহ কৰি মোক সহায় কৰক,” প্লেকাৰ্ড লৈ থকা ৰাছিয়াৰ পাছপোৰ্ট প্ৰায় ৬০ বছৰীয়া ব্যক্তিজনে কৈছিল। তেওঁক যাত্ৰীসকলে এখন প্লেটফৰ্মত দেখা পাইছিল। তেতিয়াৰ পৰা মানুহজন সন্ধানহীন হৈ আছে।

লগতে পঢ়ক: প্ৰাক্তন বিজেপি বিধায়কৰ বাংলোৰ পৰা উদ্ধাৰ মাটিত আধা পোত খাই থকা মহিলাৰ উৱলি যোৱা মৃতদেহ!

Apply Now

ভূৱনেশ্বৰৰ ৰে’ল আৰক্ষী থানাৰ এগৰাকী বিষয়াই কয়, “কিছুমান যাত্ৰীয়ে ৰে’ল ষ্টেচনত ৰাছিয়ান ব্যক্তিজনৰ ফটো তুলিছিল। আমাৰ ওচৰত তেওঁৰ ফটো আছে আৰু তেওঁক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছো।”

বিদেশী ব্যক্তিজনে ইংৰাজীত বাৰ্তালাপ কৰা নাছিল বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে তেওঁ বিশদ তথ্য সংগ্ৰহ কৰিব নোৱাইলে। তেওঁ কয়, “মই বুজি পাইছিলো যে তেওঁ গৃহহীন আছিল আৰু তেওঁৰ ওচৰত কোনো ধন নাছিল। মই তেওঁক ইয়াত ভূৱনেশ্বৰ পৌৰ নিগমৰ দ্বাৰা পৰিচালিত নৈশ আশ্ৰয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিছিলো য’ত তেওঁ খাদ্য পাব। কিন্তু তেওঁ অনিচ্ছুক আছিল।”

ইপিনে, ৰাছিয়াৰ নাগৰিকৰ “ৰহস্যজনক মৃত্যু”ক লৈ উৰিষ্যা আৰক্ষীয়ে চাপৰ সন্মুখীন হৈছে। বিষয়টোৰ অধিক তদন্ত চলি আছে।

উল্লেখ্য যে ৰাছিয়াৰ আইন প্ৰণেতা তথা কোটিপতি পাভেল এণ্টভক ২৫ ডিচেম্বৰত উৰিষ্যাৰ এখন হোটেলত মৃত অৱস্থাত পোৱা গৈছিল। কোটিপতিজনে তেওঁৰ ৬৫ তম জন্মদিন উদযাপনৰ বাবে উৰিষ্যাৰ ৰায়গদা অঞ্চলত ছুটী কটাইছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, এণ্টভ তেওঁৰ হোটেল ভৱনৰ তৃতীয় মহলাৰ পৰা পৰি মৃত্যু বৰণ কৰে।

লগতে পঢ়ক:চালকৰ হাৰ্ট এটেক! বছৰটোৰ অন্তিম দিনটোত গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ-এছইউভিৰ সংঘৰ্ষত নিহত ৯ জন

একেখন হোটেলত এসপ্তাহৰ ভিতৰত ৰাছিয়াৰ আইন প্ৰণেতাসকলৰ এইটো আছিল দ্বিতীয়টো মৃত্যুৰ ঘটনা। এণ্টভৰ মৃত্যু তেওঁৰ দলৰ সহকৰ্মী ৬১ বছৰীয়া ভ্লাদিমিৰ বুদানোভৰ ৰহস্যজনক মৃত্যুৰ দুদিন ঘটে যাক উৰিষ্যাৰ হোটেলত মৃত অৱস্থাত পোৱা গৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd