• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০০২ৰ সংঘৰ্ষৰ বাবে ‘মোডী পোনপটীয়াকৈ জগৰীয়া’: ব্ৰিটেইনৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী জেক ষ্ট্ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 22, 2023 12:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০২ চনত গুজৰাট নৰসংহাৰ সংঘটিত হোৱাৰ সময়ত ব্ৰিটেইনৰ বৈদেশিক সচিব হৈ থকা জেক ষ্ট্ৰ’ই নিশ্চিত কৰিছে যে ভাৰতৰ ব্ৰিটিছ উচ্চায়ুক্তই লণ্ডনৰ বৈদেশিক কাৰ্যালয়লৈ এক প্ৰতিবেদন প্ৰেৰণ কৰিছিল য’ত কোৱা হৈছিল যে  গুজৰাটত সংঘটিত হত্যাকাণ্ডৰ বাবে “নৰেন্দ্ৰ মোডী পোনপটীয়াকৈ দায়ী”।

তেওঁ কৈছিল, “ঘটনাৰ সময়ত সজাগ থকা লোকসকলৰ এনে অনুভৱ আছিল।” দ্য ৱায়াৰৰ এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ পাইছে।

ষ্ট্ৰাই লগতে কৈছে যে “ব্ৰিটিছ উচ্চায়ুক্তৰ প্ৰতিবেদনত কোৱাৰ দৰে সেই সময়ত (২০০২) অভিযোগ আৰু বিশ্বাস আছিল, “নৰেন্দ্ৰ মোডীয়ে ২৭ ফেব্ৰুৱাৰীত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক লগ কৰিছিল আৰু তেওঁলোকক সংঘৰ্ষত হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ দিছিল”।

Apply Now

লগতে পঢ়ক: স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনৰ ঘৰতে FBIৰ অভিযান; মাৰাথন তালাচীত উদ্ধাৰ বহু গোপন নথি!

ষ্ট্ৰ’ই লগতে নিশ্চিত কৰিছে যে তেওঁ লাভ কৰা প্ৰতিবেদনত কোৱা হৈছিল যে গুজৰাটত সংঘটিত হত্যাকাণ্ডত “জাতিগত নিষ্কাশনৰ সকলো বিশেষত্ব আছে”। তেওঁ কয় যে তেওঁ “সঁচাকৈয়ে সেইবিষয়ে বহুত চিন্তিত” আছিল।

দ্য ৱায়াৰক দিয়া এক সাক্ষাৎকাৰত ষ্ট্ৰ’ই উচ্চায়ুক্তৰ প্ৰতিবেদন পোৱাৰ পিছত কয়, “মই বাজপেয়ী চৰকাৰ আৰু বৈদেশিক মন্ত্ৰীৰ (যশৱন্ত সিং) সৈতে কথা পাতিছিলো… মই নিশ্চিত যে মই সেয়া কৰিছিলো।”

অৱশ্যে, ২১ বছৰৰ পিছত তেওঁ তেওঁলোকৰ সঁহাৰি মনত পেলাব নোৱাৰিলে। ষ্ট্ৰ’ই লগতে কয় যে ২০০১ চনৰ ডিচেম্বৰত ভাৰতীয় সংসদৰ ওপৰত হোৱা আক্ৰমণৰ বাবে তেওঁ সিঙৰ সৈতে সঘনাই সম্পৰ্কত আছিল, যাক তেওঁ তেতিয়া সাক্ষাৎকাৰত গৰিহণা দিছিল।

লগতে পঢ়ক: চীনক ৰঙা চকু দেখুৱাই ভাৰতৰ ‘প্ৰলয়’! এইবাৰ উত্তৰ-পূবৰ চীন সীমান্তত বায়ু সেনাৰ অনুশীলনৰ প্ৰস্তুতি

ভাৰতক ভালদৰে জনা আৰু এই দেশত তেওঁৰ মধুচন্দ্রিমা আৰু তেওঁৰ ৪০ তম বিবাহ বাৰ্ষিকী দুয়োটা অতিবাহিত কৰা ষ্ট্ৰ’ই কৈছে যে তেওঁ ভাৰতৰ সাম্প্ৰদায়িক সমস্যাৰ ইতিহাসৰ বিষয়ে অৱগত আৰু সেয়েহে গুজৰাটত ২০০২ চনৰ সমস্যাৰ বাবে তেওঁ “হতাশ যদিও বিশেষভাৱে আচৰিত হোৱা নাছিল”।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd