• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোনে মাৰিব শেষ হাঁহি? কৰ্ণাটক বিধান সভাৰ প্ৰাক নিৰ্বাচনী সমীক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2023 3:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত দক্ষিণৰ গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকৰ বিধান সভাৰ নিৰ্বাচন। অহা ১০ মেত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। তাৰপিছতেই ঘোষণা কৰা হ’ব নিৰ্বাচনী ফলাফল। এই নিৰ্বাচনৰ ফলাফলক লৈ এতিয়া সমগ্ৰ দেশৰ ৰাজনৈতিক নেতা আৰু দলসমূহৰ মাজত এক উত্তজনাই বিৰাজ কৰিছে। তাৰ মাজতে কেইবাটাও সংবাদ মাধ্যম আৰু কেইবাজনো ৰাজনৈতিক বিশ্লেষকে আগবঢ়াইছে নিৰ্বাচনী ফলাফলৰ সমীক্ষা।

লগতে পঢ়কঃ আমেৰিকাক একাষৰীয়া! চীনৰ সৈতে বন্ধুত্ব গঢ়িছে চৌদি আৰৱে

কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনত নিজৰ ফলাফল সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিয়ে দাবী কৰিছে এই নিৰ্বাচনত বিপুল ভোটত বিজেপিয়ে জয় লাভ কৰিব। নিজৰ বিজয় সাব্যস্ত কৰিবলৈ ইতিমধ্যে দলটোৰ ৪০ জন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই অহৰহ নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

 টিভি৯ আৰু চি-ভোটাৰৰ সমীক্ষা মতে ৰাজ্যখনত ২২৪ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ১০৬–১১৬খন আৰু বিজেপিয়ে ৭৯ৰ পৰা ৮৯খন আসন লাভ কৰিব । সমীক্ষাটোৰ মতে ২৪-৩৪টা সমষ্টিত জেডি(এছ) বিজয়ী হৈ ওলাই অহাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ সম্ভৱ হ’ব অতীত আৰু ভৱিষ্যত যাত্ৰা! কোৱান্টাম গৱেষণাৰ বাবে ৬,০০৩ কোটি আবন্টন কেন্দ্ৰৰ

পাব্লিক টিভিৰ ‘মুড অৱ কৰ্ণাটক’মতেও  ৯৮-১০৮খন আসন লাভ কৰিব কংগ্ৰেছে। এই সমীক্ষা অনুসৰি ৰাজ্যখনত বিজেপিয়ে ৮৫-৯৫খন আসন লাভ কৰাৰ বিপৰীতে জেডি(এছ) ২৮–৩৩ খন আসন লাভ কৰিব।

এছিয়ানেট সূৰৱৰ্ণ নিউজৰ জন কি বাতৰ সমীক্ষাৰ মতে কংগ্ৰেছে ৮৯-৯৭খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৯৮-১০৯খন আসন কৰিব।

লগতে পঢ়কঃ গাধই টানিলে ১৮ লাখ টকীয়া বিলাসী গাড়ী; উভতিল শ্ব’ৰুমলৈ, কিন্তু কিয় জানেনে?

নিউজফাৰ্ষ্ট-মেট্ৰিজৰ সমীক্ষাই কয় যে বিজেপিয়ে ৯৬–১০৬খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৮৪–৯৪খন আৰু জেডি(এছ) এ ২৯–৩৪খন আসন লাভ কৰিব।

 আনহাতে ভিস্তাৰা নিউজৰ সমীক্ষাই বিজেপিক ৮৮-৯৩খন, কংগ্ৰেছক ৮৪-৯০খন, আৰু জেডি(এছ)ক ২৩-২৬খন আসন দিছে। এই সমীক্ষা অনুসৰি ২৭–৩০ খন আসন আছে, য’ত ফলাফল অনিশ্চিত।

এতিয়া এইদৰেই দেশৰ সংবাদ মাধ্যম আৰু ৰাজনৈতিক বিশ্লেষক সকলে নিজৰ নিজৰ সমীক্ষাৰ মতে কৰ্ণাটক বিধান সভাত নিৰ্বাচনৰ ফলাফল অনুমান কৰিছে। ফলাফলত শেষ হাঁহি কোনে মাৰে সেয়া হ’ব লক্ষ্যনীয়।

লগতে পঢ়কঃ জেলৰ পৰা মুকলি হ’ল প্ৰশাসনিক বিষয়াক হত্যা কৰা বিহাৰৰ প্ৰাক্তন সাংসদ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd