• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰায় ১.৯ লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ! যাত্ৰীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সক্ৰিয় আৰ পি এফ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 5:52 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে নিজৰ জ’নৰ ভিতৰত নিয়মিত তালাচী আৰু অভিযান চলাই যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা এই অভিযানত কাটিহাৰ, নতুন জলপাইগুৰি, দলগাঁও, কামাখ্যা আৰু গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ১ লাখ ৯২ টকা মূল্যৰ বিভিন্ন মূল্যৱান সামগ্ৰী সফলতাৰে উদ্ধাৰ কৰা হৈছে।

যোৱা ২৯ জুনত নিউ জলপাইগুৰিৰ আৰ পি এফৰ এস্কৰ্টিং টিমে ব্ৰহ্মপুত্ৰ মেইলত তালাচী চলাই প্ৰায় ১০ হাজাৰ টকাৰ চুৰি মোবাইল ফোনসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত গ্ৰেপ্তাৰ কৰা লোকসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে কাটিহাৰৰ ভাৰপ্ৰাপ্ত বিষয়াক গতাই দিয়া হয়।

Apply Now

২৮ জুনত কাটিহাৰৰ আৰ পি এফৰ ক্ৰাইম প্ৰিভেনচন এণ্ড ডিটেকচন স্কোৱাডৰ দলে কাটিহাৰ ৰেল ষ্টেচনত অভিযান চলাই তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। যাত্ৰীসকলে চুৰি কৰি অনা প্ৰায় ৪০ হাজাৰ টকাৰ তিনিটা মোবাইল ফোন উদ্ধাৰ কৰে দলটোৱে।

২৭ জুনত আলিপুৰদুৱাৰৰ আৰ পি এফৰ এটা দলে দলগাঁও ৰে’ল ষ্টেচনত অভিযান চলাই বেগসহ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। ধৃত ব্যক্তিজনৰ বেগৰ পৰা প্ৰায় ৭০ হাজাৰ টকাৰ এটা লেপটপ লগতে বিভিন্ন মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰা হয়। সেইদিনা আৰ পি এফে কাটিহাৰ, কামাখ্যা আৰু গুৱাহাটী ৰেল ষ্টেচনত অভিযান চলাই যাত্ৰীৰ পৰা প্ৰায় ৭২ হাজাৰ টকাৰ বিভিন্ন সামগ্ৰী চুৰি কৰাৰ অভিযোগত ৭ জন লোকক গ্ৰেপ্তাৰ কৰে।

পিছত ধৃত লোকসকলক সংশ্লিষ্ট আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াক গতাই দি আইন অনুসৰি গোচৰ ৰুজু কৰা হয়।

লগতে পঢ়কঃ বিগ বছত এইবোৰ কি? খঙত টিঙিৰিতুলা হ’ল ছলমান খান

লগতে পঢ়কঃ নৰ্থইষ্ট ডাইল’গ ফ’ৰামে গ্ৰহণ কৰিলে ‘ব্ৰহ্মপুত্ৰ ঘোষণা পত্ৰ’; কি আহ্বান ফ’ৰামৰ?

লগতে পঢ়কঃ একনাথ শিণ্ডেৰ শিবিৰত যোগদান অজিৎ পাৱাৰৰ : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কৰিব যোগদান

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd