• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত এইবাৰ হৰ্ষবৰ্ধন; দৌৰত আছে আৰু ২ ভাৰতীয় বংশোদ্ভৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2023 3:54 pm
ভাৰতীয় মূলৰ ৰিপাব্লিকান  প্ৰত্যাশী প্ৰাৰ্থী হৰ্ষবৰ্ধন।

ভাৰতীয় মূলৰ ৰিপাব্লিকান প্ৰত্যাশী প্ৰাৰ্থী হৰ্ষবৰ্ধন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে আমেৰিকাই ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে কমলা হেৰিছক লাভ কৰিছে। এইবাৰ ভাৰতীয় মূলৰ আৰু তিনিজন ভাৰতীয়ই পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।

নিকি হেলী, বিবেক ৰামাস্বামীৰ পিছত এইবাৰ আগবাঢ়ি আহিল হৰ্ষবৰ্ধন সিঙ। পেছাত তেওঁ এগৰাকী অভিযন্তা। হৰ্ষবৰ্ধন ৰিপাব্লিকান দলৰ মনোনয়নৰ বাবে দাখিল কৰা ভাৰতীয় মূলৰ তৃতীয়জন ব্যক্তি।

শেহতীয়াকৈ হৰ্ষবৰ্ধনে ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি টুইটাৰত ভিডিঅ’ বাৰ্তা প্ৰদান কৰিছিল। ৩৮ বছৰীয়া ভাৰতীয়-আমেৰিকান অভিযন্তাগৰাকীয়ে তেওঁৰ ভিডিঅ’ বাৰ্তাত কয়, “আজীৱন ৰিপাব্লিকান” আৰু “প্ৰথমে আমেৰিকান”। যিয়ে নিউ জাৰ্চি ৰিপাব্লিকান পাৰ্টিৰ ৰক্ষণশীল শাখাটো পুনৰুদ্ধাৰৰ বাবে কাম কৰিছিল।

Apply Now

লগতে পঢ়ক: মণিপুৰৰ হিংসাত জ্বলি ছাই হৈ গ’ল ভাৰতীয় জাতীয় দলৰ ফুটবলাৰৰ সপোন; আক্ষেপ চিংলেনছানাৰ

তেওঁৰ ৩ মিনিটৰ ভিডিঅ’ বাৰ্তাটোত হৰ্ষবৰ্ধনে কয় যে, “যোৱা কেইবছৰমানৰ পৰা আমেৰিকাত যিবোৰ পৰিৱৰ্তন হৈছে সেইবোৰ সলনি কৰি আমেৰিকাৰ মূল্যবোধ পুনৰুদ্ধাৰ কৰিবলৈ আমাক শক্তিশালী নেতৃত্বৰ প্ৰয়োজন। সেয়ে, মই ২০২৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে ৰিপাব্লিকান পাৰ্টিৰ মনোনয়ন বিচাৰিম।”

আনহাতে, আন এগৰাকী ভাৰতীয়-আমেৰিকান ৰাজনীতিবিদ নিকি হেলী ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী হোৱাৰ দৌৰত নামিছে। ড’নাল্ড ট্ৰাম্পৰ অধীনত দক্ষিণ কেৰ’লিনাৰ গৱৰ্ণৰ আছিল নিকি। ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ দায়িত্বও তেওঁ চম্ভালিছে। তদুপৰি, ২০১৮ চনত ট্ৰাম্প প্ৰশাসনৰ পৰাও মতানৈক্যৰ বাবে পদত্যাগ কৰিছিল।

ভাৰতীয়-আমেৰিকান উদ্যোগপতি বিবেক ৰামাস্বামীও ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰামাস্বামীৰ শিপা ভাৰতৰ কেৰালাত। অৱশ্যে তেওঁ আমেৰিকাত ডাঙৰ-দীঘল হৈছে।

লগতে পঢ়ক: পৰাজিত হ’লেই পাৰমাণৱিক যুদ্ধ! ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণৰ সন্মুখত ৰাছিয়াৰ কঠোৰ বাৰ্তা

উল্লেখ্য যে আমেৰিকাত পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২৪ চনৰ ৫ নৱেম্বৰত হ’ব। ইতিমধ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী হ’ব বিচৰা বুলি ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd