• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাত ১৪ জন ঘোষিত বিদেশী গ্ৰেপ্তাৰ; মাটিয়া ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2023 10:51 am
মাটিয়া ডিটেনচন চেন্টাৰ।

মাটিয়া ডিটেনচন চেন্টাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ এটা বিশেষ দলে বাক্সা জিলাত ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ কৰা হয় এই বিদেশী লোককেইজনক।

আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাৰ মতে, এই ঘোষিত বিদেশীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আদালতৰ পৰা নিৰ্দেশ লাভ কৰি তেওঁলোকে সেই অনুসৰি কাম কৰিছে। ধৃত লোকসকলৰ ভিতৰত আছে ৯ গৰাকী মহিলা আৰু ৫ গৰাকী পুৰুষ।

ধৃত ব্যক্তিকেইজনক বিভিন্ন সময়ত ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল। গ্ৰেপ্তাৰৰ পিছত আটাইকেইজনকে নামনি অসমৰ গোৱালপাৰা জিলাৰ মাটিয়াত ঘোষিত বিদেশীৰ বাবে নিৰ্ধাৰিত বিশেষভাৱে নিৰ্মিত ট্ৰেনজিট কেম্পলৈ প্ৰেৰণ কৰা হয়।

Apply Now

লগতে পঢ়কঃ ‘বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান’! সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত একাঁজলি শ্ৰদ্ধাঞ্জলি

শেহতীয়া বছৰবোৰত বহু বাংলাদেশী অবৈধ প্ৰব্ৰজনকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষণা কৰা কোনো এজনকো প্ৰেৰণ কৰা হোৱা নাই।

কিয়নো বাংলাদেশে কেৱল নিজৰ দেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সকলকহে উভতাই লয়। ভাৰতীয় বিদেশী ন্যায়াধিকৰণে বাংলাদেশী বুলি ঘোষণা কৰা সকলক তেওঁলোকে কেতিয়াও গ্ৰহণ নকৰে।

২০২০ চনৰ এপ্ৰিল মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক ডিটেনচন কেম্পত দুবছৰ সম্পূৰ্ণ কৰা বন্দীসকলক জামিনত মুকলি কৰি দিবলৈ কৈছিল। তাৰ পিছত বহুতকে মুকলি কৰি দিয়া হয় ।

লগতে পঢ়কঃ ICC World Cup 2023: যোৱাবাৰৰ বিশ্ব চেম্পিয়নক বিদায় দি ছেমি ফাইনেলৰ পথত আৰু এঢাপ আগবাঢ়িল অষ্ট্ৰেলিয়া

যোৱা বছৰ গোৱালপাৰা জিলাৰ মাটিয়াত এটা বৃহৎ ডিটেনচন চেণ্টাৰ মুকলি কৰা হৈছিল। আনুষ্ঠানিকভাৱে “মাটিয়া ট্ৰেনজিট কেম্প” নামেৰে জনাজাত এই শিবিৰটো ২৮,৮০০ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হৈছে। যোৱা বছৰৰ ২৭ জানুৱাৰীত প্ৰথমটো বিদেশীৰ দল তাত সোমাইছিল।

চলিত বৰ্ষৰ মাৰ্চ মাহত অসমৰ কাৰাগাৰ মহাপৰিদৰ্শক পুবলী গোহাঁয়ে নিশ্চিত কৰিছিল যে ৰাজ্যৰ ছয়টা ডিটেনচন চেণ্টাৰৰ আটাইকেইটা বন্দীকে মাটিয়া ট্ৰেনজিট কেম্পলৈ স্থানান্তৰ কৰা হৈছে।

লগতে পঢ়কঃ ICC World Cup 2023: ভাগ্য ঘুৰিল! ডাকৱৰ্থ-লুইছত মেচ জিকি যুঁজত টিকি থাকিল পাকিস্তান

বন্দীসকলৰ ভিতৰত আছে বাংলাদেশ, ম্যানমাৰ, চেনেগাল, আৰু আফ্ৰিকাৰ বহু দেশৰ অবৈধভাৱে প্ৰৱেশ কৰা নাগৰিক। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd