• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী আঁচনি কাটি দিয়াৰ ভাবুকিৰে ৰাজনীতিৰ মহাৰণত জয়ী হোৱাৰ সপোন দেখিছে বিজেপিয়ে 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 8:36 pm
2.9k
VIEWS
Share on FacebookShare on Twitter

লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন সমাগত৷ সকলো ৰাজনৈতিক দলৰ নিৰ্বাচন কেন্দ্ৰীক কুচকাৱাজৰ মাত্ৰা বাঢ়িছে৷ বিৰোধী ৰাজনৈতিক দল সমূহৰ অন্যতম আম আদমি পাৰ্টীয়েও অসমৰ চুকেকোণে সাংগঠনিক প্ৰসাৰ আৰু ৰাজনৈতিক প্ৰচাৰত নামি পৰিছে৷ 

আপৰ চিৰাং জিলা কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা: ভবেন চৌধুৰীয়ে শাসকীয় বিজেপি দললৈ কেতবোৰ প্ৰশ্ন নিক্ষেপ কৰে৷ চৌধুৰীয়ে কয়যে বিৰোধী দলৰ সভালৈ ৰাইজ গ’লে তেওঁলোকৰ চৰকাৰী আচনি কাটি দিয়াৰ ভাবুকি প্ৰদান কৰে বিজেপিয়ে৷ অৰুনোদয়, বৃদ্ধ পেঞ্চন, পি এম কিষাণ আঁচনি কাটি দিয়া অথবা অন্তৰ্ভুক্ত নকৰাৰ ভাবুকিৰে ৰাইজক আম আদমি পাৰ্টীক মুকলি সমৰ্থনৰ পৰা বিৰত থাকিবলৈ হেঁচা প্ৰয়োগ কৰিছে শাসকীয় দলটোৱে৷

লক্ষণীয়ভাবে সমগ্ৰ ভাৰতবৰ্ষ জুৰি বিজেপি বিৰোধী ঢৌৱে গা কৰি উঠিছে৷ যি সময়ত বিজেপিৰ নেতাই খালী চকীৰ সন্মুখত ভাষণ প্ৰদান কৰে সেইসময়তে সৰ্বসাধাৰণে দলদোপ হেন্দোলদোপকৈ বিৰোধী দলৰ সভাসমিতিত অংশগ্ৰহণ কৰিছে৷ প্ৰতিষ্ঠান বিৰোধী এই ঢৌত সন্দিহান হৈ বিজেপিয়ে ন ন অনীতিকৰ পন্থা অৱলম্বন কৰিছে৷ সাংগোপাংগৰ দ্বাৰা বাতৰি প্ৰতিষ্ঠান সমূহৰ নিয়ন্ত্ৰণৰ অপচেষ্টা, সমাজিক মাধ্যমত জনগনৰ বাকস্বাধীনতা হৰণ আৰু চৰকাৰী আঁচনি কাটি দিয়াৰ ভাবুকিৰে বিজেপিয়ে ৰাজনীতিৰ মহাৰণত জয়ী হোৱাৰ সপোন দেখিছে৷ আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে ডা: ভবেন চৌধুৰীয়ে কয় যে গণবৈৰী বিজেপিয়ে ২০২৪ ত এই পাপৰ ফল ভোগ কৰিব৷

Recent News

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd