• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত দোষী সাব্যস্ত তামিলনাডুৰ শিক্ষামন্ত্ৰী; দিলে ৩ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2023 2:56 pm
তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী তথা ডিএমকে নেতা কে পানমুডী। ফাইল ফটোঃ সংগ্ৰহীত।

তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী তথা ডিএমকে নেতা কে পানমুডী। ফাইল ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী তথা ডিএমকে নেতা কে পানমুডীক আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। বৃহস্পতিবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তেওঁক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। লগতে তেওঁক ৫০ লাখ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে।

২৮ জুনত বেল্লুৰ’ৰ আদালতে প্ৰমাণৰ অভাৱত পানমুডী আৰু তেওঁৰ পত্নীক দোষমুক্ত কৰিছিল। কিন্তু মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিম্ন ন্যায়ালয়ৰ ৰায় স্থগিত ৰাখে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বুধবাৰে গোচৰৰ বিচাৰৰ বাবে আহি পানমুডীক দোষী সাব্যস্ত কৰে।

বৃহস্পতিবাৰে আদালতে মন্ত্ৰীগৰাকীক কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। পানমুডীৰ লগতে তেওঁৰ পত্নীকো ৫০ লাখ টকা জৰিমনা বিহা হয়। সপত্নীক পানমুডীয়েও উচ্চ ন্যায়ালয়ত চিকিৎসা প্ৰতিবেদন দাখিল কৰি শাস্তি হ্ৰাস কৰিবলৈ অনুৰোধ জনায়।

Apply Now

লগতে পঢ়কঃ সংসদত আক্ৰমণৰ ঘটনা! গ্ৰেপ্তাৰ কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰ, উত্তৰ প্ৰদেশৰ নিবনুৱা যুৱক

উক্ত গোচৰটো বহুত পুৰণি বুলি উল্লেখ কৰি তেওঁলোকে শাস্তি হ্ৰাসৰ অনুৰোধ জনায়। ইয়াৰ বাহিৰেও মন্ত্ৰীগৰাকীৰ বয়স ৭৩ বছৰ। পত্নীৰ বয়সো ৬০ বছৰ। সেয়েহে বয়স আৰু শাৰীৰিক অৱস্থা বিবেচনা কৰি নূন্যতম শাস্তি দিয়া হৈছে।

এই গোচৰটো ২০০২ চনৰ। পানমুডী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছিল। সেই সময়ত এআইএডিএমকে ৰাজ্যত শাসনত আছিল। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে দাবী কৰা মতে, মন্ত্ৰী হৈ থকাৰ সময়তে ১৯৯৬-২০০১ চনৰ ভিতৰত বিপুল বেনামী সম্পত্তি গঢ়িছিল। তেতিয়াৰ পৰাই তামিলনাডুৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে গোচৰ চলি আছিল। ১৯৮৯ চনত বিলুপুৰমৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হৈছিল পানামুডী।

লগতে পঢ়কঃ উপ-ৰাষ্ট্ৰপতি ধনখৰক ভেঙুচালি! বিতৰ্কৰ মাজত ৰাহুলৰ ওপৰতে দোষ চাপিলে মমতাই?

যোৱা জুলাই মাহত পানমুডী আৰু তেওঁৰ পুত্ৰ গৌতম ছিগামণিক ইডিয়ে জেৰা কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ মতে, ২০০৬-২০১১ চনৰ ভিতৰত খনি মন্ত্ৰী হৈ থকাৰ সময়ত পানমুডীয়ে তামিলনাডুৰ ‘ক্ষুদ্ৰ খনিজ ৰেহাই’ আইন উলংঘা কৰিছিল। কেৱল সেয়াই নহয়, সেই সময়ত তেওঁৰ বিৰুদ্ধে প্ৰায় ২ কোটি ৮৫ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। সেই গোচৰত ইডিয়ে পানমুডী আৰু তেওঁৰ পুত্ৰক জেৰা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

October 22, 2026 4:13 pm
ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

October 22, 2026 4:12 pm
ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দলক আহ্বান বাৰ্নি ছেণ্ডাৰ্ছৰ

ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দলক আহ্বান বাৰ্নি ছেণ্ডাৰ্ছৰ

October 22, 2026 3:59 pm
পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 22, 2026 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

October 22, 2026 4:13 pm
ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

October 22, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd