• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ বটদ্ৰৱা থানত প্ৰৱেশত বাধা ৰাহুল গান্ধীক; নগাঁৱত ধৰ্ণাত বহিল কংগ্ৰেছ নেতাগৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2024 11:26 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ভাৰত জোড়ো ন্যায় যাত্ৰা‘ৰ অংশ হিচাপে অসমত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে দাবী কৰে যে তেওঁক অসমৰ সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যাবলৈ অনুমতি দিয়া হোৱা নাই।

ইফালে, স্থানীয় সাংসদ আৰু বিধায়কগৰাকীক বিয়লি ৩ বজাৰ পিছত মন্দিৰলৈ যাবলৈ অনুমতি দিয়াৰ লগতে দেওবাৰে (২১ জানুৱাৰী) কংগ্ৰেছ নেতাক এই কথা জনোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজ্যখনৰ নগাঁও জিলাৰ বৰদোৱা সত্ৰ পৰিদৰ্শন কৰাৰ কথা আছিল আৰু একেটা কামৰ বাবে অনুমতি থকাৰ পিছতো তেওঁক প্ৰৱেশৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে।

Apply Now

এই অস্বীকাৰৰ অভিযোগৰ পিছতে কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সৈতে ৰাহুল গান্ধীয়ে নগাঁৱত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

পিটিআইয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ৰাহুল গান্ধীয়ে এজন নিৰাপত্তাৰক্ষী বিষয়াক ৰখাই দিয়াৰ কাৰণ সন্দৰ্ভত সোধা-পোছা কৰা দেখা গৈছে।

লগতে পঢ়কঃ অধ্যাপকক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ‘ভাবুকিপূৰ্ণ মন্তব্য’ক গৰিহণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

তেওঁ লগতে কয়, “আজি যেন এজন ব্যক্তিৰহে মন্দিৰলৈ যোৱাৰ কৰ্তৃত্ব আছে। মই ইয়াত কেৱল হাতযোৰ কৰি প্ৰাৰ্থনা কৰিবলৈ আহিছো।”

এই সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয়, ‘ৰাহুল গান্ধীয়ে তালৈ যাব বিচাৰিছিল। আমি ১১ জানুৱাৰীৰ পৰা চেষ্টা কৰি আছিলো আৰু আমাৰ দুজন বিধায়কে ইয়াৰ বাবে কৰ্তৃপক্ষক সাক্ষাৎ কৰিছিল। আমি কৈছিলো যে ২২ জানুৱাৰীত পুৱা ৭ বজাত তালৈ আহিম। আমাক কোৱা হ’ল যে আমাক আদৰণি জনোৱা হ’ব। কিন্তু কালি আমাক হঠাতে কোৱা হ’ল যে আমি তালৈ বিয়লি ৩ বজালৈকে আহিব নোৱাৰো।”

বটদ্ৰৱাৰ বিধায়ক শিৱামনি বৰালৈ লিখা এখন পত্ৰত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে উল্লেখ কৰিছে যে “ৰাহুল গান্ধীক ২২ জানুৱাৰীত বিয়লি ৩ বজাৰ পূৰ্বে থানৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব”।

ৰাহুল গান্ধীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ কাৰণ হিচাপে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক কেন্দ্ৰ কৰি তাত আয়োজিত কেইবাটাও কাৰ্যসূচীৰ কথা উল্লেখ কৰিছে বটাদ্ৰৱ থান পৰিচালনা সমিতিয়ে।

লগতে পঢ়কঃ অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰিৰ অভিযোগৰ CBI তদন্ত বিচাৰিছে কংগ্ৰেছে

বটাদ্ৰৱ থান পৰিচালনা সমিতিৰ এই পদক্ষেপৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম কংগ্ৰেছৰ সাংসদ প্ৰদ্যোৎ বৰদলৈয়ে।

তেওঁ কয়, ‘অসমৰ বিজেপি চৰকাৰৰ হেঁচাত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সৰ্বাংগীন আৰু সমতাবাদী অসমীয়া সমাজ গঢ় দিয়া মহান সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ পূজনীয় জন্মস্থানলৈ ২২ জানুৱাৰীত ৰাহুল গান্ধীক ভ্ৰমণ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে।”

ইয়াৰ পূৰ্বে ২০ জানুৱাৰীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে ঘোষণা কৰিছিল যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি সমগ্ৰ বিজেপি দলে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব যদিও ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্বৰ অধিকাংশই অসমৰ নগাঁও জিলাৰ বৰদোৱাৰ ‘বটাদ্ৰৱ’ থান দৰ্শণ কৰিব।

জয়ৰাম ৰমেশে কয়, ‘২২ জানুৱাৰীত ৰাহুল গান্ধীয়ে নগাঁৱৰ বৰদোৱা ক্ষেত্ৰত উপস্থিত হৈ মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব’।

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মালৈ মই ভয় কৰা নাইঃ ৰাহুল গান্ধীৰ হুংকাৰ

উল্লেখ্য যে বৰদোৱা শ্ৰীমন্ত শংকদেৱৰ জন্মস্থান।

শ্ৰীমন্ত শংকদেৱ আছিল ১৫– ১৬ শতিকাৰ অসমীয়া জাতিৰ এগৰাকী গুৰু-পণ্ডিত, কবি, নাট্যকাৰ, নৃত্যশিল্পী, অভিনেতা, সংগীতজ্ঞ, শিল্পী, সমাজ-ধৰ্ম সংস্কাৰক আৰু অসমৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক ক্ৰান্তিকাৰী ব্যক্তিত্ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd