• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসদত ধনখৰ-খাৰ্গেৰ বিবাদ তুংগত; কিয় খাৰ্গেৰ কথাত খৰ্গহস্ত উপ-ৰাষ্ট্ৰপতিগৰাকী?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 11, 2024 11:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইণ্ডিয়াজোঁটত মিত্ৰতা ভাঙি গৈ আছে। ইটোৰ পিছত সিটো দল এন ডি এত যোগদান কৰিছে। ইণ্ডিয়া জোঁটৰ এই খহনীয়াৰ প্ৰতিফলনতে এইবাৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ মাজত উত্তপ্ত বাক্-বিতণ্ডা চলে। ইয়াকে লৈ  বাজেট অধিৱেশনৰ অন্তিম দিনটো সৰৱ হৈ পৰিল সংসদ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় লোক দলৰ (আৰ এল ডি) নেতা জয়ন্ত চৌধুৰীয়ে ইণ্ডিয়াজোঁট এৰি এন ডি এত যোগদান কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। আৰু সেইটোৱেই হৈছে শনিবাৰৰ বিতৰ্কৰ উৎস।

সংসদত আৰ এল ডি নেতা জয়ন্ত চৌধুৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন ডি এ চৰকাৰক তেওঁৰ ককাক চৌধুৰী চৰণ সিঙক ভাৰতৰত্নৰে সন্মানিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ঠিক তেতিয়াই কংগ্ৰেছৰ সাংসদসকল সৰৱ হৈ পৰে।

Apply Now

লগতে পঢ়কঃ নিৰ্বাচনত ৰিগিং! নৱাজ শ্বৰীফৰ বিজয়ৰ বিৰুদ্ধে আদালতত ইমৰাণ খানৰ পিটিআই

তেতিয়া সেই প্ৰেক্ষাপটত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰ বিৰক্ত হৈ পৰে। তেওঁ মল্লিকাৰ্জুন খাৰ্গেক কয়, “হয় আপোনাৰ দলৰ সদস্যসকলক নিয়ন্ত্ৰণ কৰক, নহয় নিজেই কওক।”

কংগ্ৰেছ সভাপতি খাৰ্গে উত্তৰ দিবলৈ ৰৈ নাথাকিল। কোনখন আইনৰ অধীনত জয়ন্ত চৌধুৰীক সংসদত ভাৰতৰত্ন সন্দৰ্ভত কথা ক’বলৈ দিয়া হৈছিল? খাৰ্গে প্ৰথমে সেই প্ৰশ্নটো উত্থাপন কৰিলে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, ‘যেতিয়াই আমি কিবা এটা কথা ক’ব বিচাৰো, আলোচনা কৰিব বিচাৰো, আপুনি সুধিব যে কি নিয়মৰ অধীনত আমাক কথা ক’বলৈ অনুমতি দিব। মই আপোনাকো একেটা প্ৰশ্নকে সুধিব বিচাৰিছো। কি নিয়ম অনুসৰি জয়ন্ত চৌধুৰীক কথা ক’বলৈ দিয়া হৈছে?”

লগতে পঢ়কঃ AFC Asian Cup: আক্ৰাম আফিফৰ হেট্ৰিক! ফাইনেলত জৰ্ডানক হৰুৱাই এছিয়া কাপ দখল কাটাৰৰ

ধনখৰে তেতিয়ালৈকে কোনো সঁহাৰি দিয়া নাছিল। কিন্তু তাৰপিছতে ৰাজ্যসভাৰ বিৰোধী নেতাগৰাকীয়ে ক’লে, “আপোনাৰ বিচক্ষণতা আছে। ইয়াক বুদ্ধিমানৰ দৰে ব্যৱহাৰ কৰা উচিত, যেতিয়াই মন যায় তেতিয়া নহয়”।

এই কথাত ৰাজ্যসভাৰ অধ্যক্ষ অতিশয় বিচলিত হৈ পৰে। ভাষণৰ মাজতে মল্লিকাৰ্জুন খাৰ্গেক ৰখাই দি তেওঁ কয়, “চৌধুৰী চৰণ সিঙক ভাৰতৰত্ন বঁটা দিয়াৰ কথা চৰ্চা চলি থকাৰ সময়ত আপোনালোকৰ সাংসদসকলৰ আচৰণৰ বিষয়ে মই একো কোৱা নাছিলো।”

ইয়াৰ পিছত সংসদত ধনখৰ-খাৰ্গেৰ উত্তপ্ত বিতৰ্ক চলি থাকে। খঙত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ক’লে, “মই কৃষকৰ পৰিয়ালৰ পৰা আহিছো। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই এজন দুৰ্বল চেয়াৰমেন। বহুত সহ্য কৰিছো। আপোনাৰ যি মন গৈছে, মোক কৈছে। এনে ভাষা মোৰ বিৰুদ্ধে প্ৰয়োগ কৰিব নোৱাৰে। বহু সময়ত আপুনি এনে আচৰণ কৰে যেন আপুনি শিক্ষক আৰু মই  ছাত্ৰ।”

লগতে পঢ়কঃ পুখুৰীৰ বোকাত সোমাই পৰি হাবাথুৰি খাইছে মন্ত্ৰী! কেনেকৈ উঠিল? লিখিলে,”জেচিবিৰ টেষ্ট আছিল…”

অৱশ্যে এয়াই প্ৰথম নহয়, কেতিয়াবা ধেমালী আৰু কেতিয়াবা ইজনে সিজনৰ কটাক্ষ কৰাৰ বাবে সৰৱ হোৱা দেখা গৈছে সংসদ ভৱন। কিন্তু শনিবাৰে যেন কাজিয়াখন অলপ গুৰুতৰ হৈ পৰিছিল!

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd