• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনত ৰিগিং! নৱাজ শ্বৰীফৰ বিজয়ৰ বিৰুদ্ধে আদালতত ইমৰাণ খানৰ পিটিআই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2024 10:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই ইনছাফে পাকিস্তান মুছলিম লীগ-এন (পিএমএলএন)ৰ নেতা নৱাজ শ্বৰীফে ৰিগিং কৰি নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ উত্থাপন কৰি আদালতৰ কাষ চাপিছে। এই অভিযোগ লৈ শনিবাৰে আদালতত হাজিৰ হয় দলটোৱে। নৱাজ শ্বৰীফৰ কন্যা মৰিয়ম নৱাজৰ বিৰুদ্ধেও একে অভিযোগ উত্থাপন কৰা হৈছে।

নৱাজৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা পিটিআইৰ একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে আদালতত কয় যে ফৰ্ম-৪৫ৰ ফলাফল অনুসৰি নৱাজ শ্বৰীফ পৰাস্ত হৈছে। কিন্তু নিৰ্বাচন আয়োগৰ বিষয়াসকলে তেওঁক ফৰ্ম-৪৭ত ‘ভুৱা’ বিজয়ী বুলি ঘোষণা কৰে। ইয়াৰ পিছতে তেওঁলোকে লাহোৰ উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল কৰিছে।

ফৰ্ম-৪৫ হৈছে পাকিস্তানৰ প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে সুকীয়া ফলাফল। সকলো কেন্দ্ৰৰ পৰা ফৰ্ম-৪৫ৰ ফলাফল সংগ্ৰহ কৰাৰ পিছত ফৰ্ম-৪৭ৰ জৰিয়তে এখন আসনৰ সম্পূৰ্ণ ফলাফল ঘোষণা কৰা হয়।

Apply Now

লগতে পঢ়কঃ AFC Asian Cup: আক্ৰাম আফিফৰ হেট্ৰিক! ফাইনেলত জৰ্ডানক হৰুৱাই এছিয়া কাপ দখল কাটাৰৰ

পাকিস্তানৰ নিৰ্বাচন আয়োগে এই নিৰ্বাচনত পিটিআইক নিজাকৈ ‘বেট’ৰ প্ৰতীকত নিৰ্বাচন খেলিবলৈ অনুমতি দিয়া নাই। ফলত নিৰ্দলীয় বেনাৰত নিৰ্বাচিত হ’বলগীয়া হ’ল পিটিআইৰ প্ৰাৰ্থী। অৱশ্যে ইয়াতো তেওঁলোকে সফলতা পাইছে।

পিটিআইয়ে দাবী কৰিছে যে তেওঁলোকৰ প্ৰাৰ্থীয়ে ফৰ্ম-৪৫ অনুসৰি জয়ী হৈছে। কিন্তু পিছত নৱাজ শ্বৰীফক বিজয়ী ঘোষণা কৰা হয়।

ৰাষ্ট্ৰীয় বিধানসভাৰ ১৩০ নং আসনৰ পৰা জয়লাভ কৰে ৭৪ বছৰীয়া নৱাজ শ্বৰীফে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি তেওঁ ১ লাখ ৭২ হাজাৰ ভোট লাভ কৰি জয়লাভ কৰে। তাত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী পিটিআইৰ ইয়াছমিন ৰছিদে ১ লাখ ৩০ হাজাৰ ভোট লাভ কৰে। অৱশ্যে প্ৰাৰম্ভিক ফলাফলত ইয়াছমিন ৰছিদ আগবাঢ়ি আছিল।

লগতে পঢ়কঃ পুখুৰীৰ বোকাত সোমাই পৰি হাবাথুৰি খাইছে মন্ত্ৰী! কেনেকৈ উঠিল? লিখিলে,”জেচিবিৰ টেষ্ট আছিল…”

আনহাতে, ৰাষ্ট্ৰীয় বিধানসভাৰ ১১৯ নং আসনৰ পৰা মৰিয়ম নৱাজে জয়লাভ কৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি তেওঁ ৮৩ হাজাৰৰো অধিক ভোট লাভ কৰে। আৰু তেওঁৰ ঘনিষ্ঠ প্ৰতিদ্বন্দ্বী ফাৰুক শ্বাহজাদে লাভ কৰে ৬৮ হাজাৰৰো অধিক ভোট।

নৱাজ শ্বৰীফৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা ইয়াছমিন ৰছিদে আদালতত অভিযোগ দাখিল কৰি কয় যে তেওঁ ফৰ্ম-৪৫ অনুসৰি জয়ী হৈছে। কিন্তু ফৰ্ম-৪৭ত নৱাজক বিজয়ী ঘোষণা কৰা হয়।

মৰিয়ম নৱাজৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা ফাৰুক শ্বাহজাদেও একে অভিযোগ উত্থাপন কৰে। লগতে তেওঁ কয় যে তেওঁ ফৰ্ম-৪৫ অনুসৰি জয়ী হৈছে।

লগতে পঢ়কঃ পিতা-পুত্ৰৰ সংঘাতঃ পিতৃৰ অভিযোগ, পুত্ৰৰ অস্বীকাৰ; তাৰ মাজতে ভাইৰেল জাদেজাৰ পুৰণি টুইট

ইয়াৰ উপৰিও প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীৰ কন্যাও তেওঁৰ পৰাজয়ৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd