• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ দিন ৭ মে’লৈ বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2024 5:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আবকাৰী দুৰ্নীতিৰ অভিযোগত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে কবিতাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ৭ মে’ পৰ্যন্ত তিহাৰ কাৰাগাৰত কটাব লাগিব কেজৰিৱালে। কেজৰিৱাল আৰু কবিতাৰ উপৰিও আম আদমি পাৰ্টিৰ গোৱা নিৰ্বাচনৰ ধন সংগ্ৰহকাৰী ছানপ্ৰীত সিঙকো আজি ৰাউছ এভিনিউৰ আদালতত ভাৰ্চুৱেলী হাজিৰ কৰা হয়৷

লগতে পঢ়ক: অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম নাগৰিক সমাজৰ ৰাজহুৱা সভা

মন কৰিবলগীয়া যে সোমবাৰে কেজৰিৱালে চিকিৎসকৰ সৈতে আলোচনা কৰিবলৈ কৰা অনুৰোধ আদালতে নাকচ কৰে। অৰবিন্দ কেজৰিৱালে পত্নী সুনীতাৰ উপস্থিতিত দৈনিক ইনচুলিনৰ পৰামৰ্শৰ বাবে ১৫ মিনিটৰ বাবে ব্যক্তিগত চিকিৎসকৰ লগত কথা পাতিবলৈ অনুমতি বিচাৰিছিল।অৱশ্যে তেওঁৰ ডায়েবেটিছৰ চিকিৎসাৰ বাবে ইনচুলিনৰ দাবী আদালতে মানি লৈছিল। একেদৰে অৰবিন্দ কেজৰিৱালক এইমছৰ চিকিৎসকৰ পৰামৰ্শ মতে কালিৰে পৰা সামান্য পৰিমাণৰ ইনচুলিন দিয়া হৈছিল।

Apply Now

লগতে পঢ়ক: ঢোকে-ঢোকে পানী খাইছে বাবা ৰামদেৱে ; বিজ্ঞাপনৰ আকাৰত ক্ষমা বিচাৰিবনে পতঞ্জলিয়ে- প্ৰশ্ন ছুপ্ৰীম কোৰ্টৰ

সোমবাৰে আদালতে নিৰ্দেশ দিয়ে যে দিল্লীৰ মুখ্যমন্ত্ৰীক ইনচুলিনৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে এইমছৰ চিকিৎসকে সিদ্ধান্ত ল’ব। এইমছৰ চিকিৎসকে সেই নিশা কেজৰিৱালক ইনচুলিন দিয়াৰ সিদ্ধান্ত লয়। এতিয়া প্ৰশ্ন হয় তিহাৰ জেল কৰ্তৃপক্ষই ১২ বছৰ ধৰি ইনচুলিন গ্ৰহণ কৰা দিল্লীৰ মুখ্যমন্ত্ৰীক কিয় ইনচুলিন নিদিছিল। এই সন্দৰ্ভত সোমবাৰে আদালতত তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষক জেৰা কৰা হয়।

লগতে পঢ়ক:  ভাৰতৰ লোকসভা নিৰ্বাচন ২০২৪: বিদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা কিছু হেডলাইন

এই বিবাদত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে নতুন সমস্যাৰ সন্মুখীন হ’ব পাৰে। কাৰাগাৰ কৰ্তৃপক্ষই কয় যে মুখ্যমন্ত্ৰীয়ে ঘৰুৱা খাদ্য খাই ছুগাৰ লেভেল বৃদ্ধি কৰিছে। আম আদমি পাৰ্টিৰ অভিযোগ অনুসৰি দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ কথা মানি চলিছে জেল কৰ্তৃপক্ষই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd