• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি পঞ্চম পৰ্যায়ত ৪৯ টা সমষ্টিত ভোটগ্ৰহণ; ৰাহুল-স্মৃতি-ওমৰ-ৰাজনাথকে ধৰি আছে বহু তাৰকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2024 10:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচন ২০২৪ৰ চাৰিটা পৰ্যায়ৰ অন্তত আজি অনুষ্ঠিত হৈছে পঞ্চম পৰ্যায়ৰ নিৰ্বাচন। লোকসভাৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ পুৱাৰে আৰম্ভ হৈছে। আজি ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰ উপৰিও ওড়িশা বিধানসভাৰ ৩৫খন বিধানসভাৰ আসনৰ বাবেও একেলগে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

এই পৰ্যায়ত ভোটগ্ৰহণ চলা ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হ’ল বিহাৰ, জম্মু-কাশ্মীৰ, লাডাখ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, ওড়িশা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ। নিৰ্বাচন আয়োগে এই ৰাজ্যসমূহত সুস্থ আৰু নিকা ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাইছে।

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪খন, মহাৰাষ্ট্ৰৰ ১৩খন আসন, পশ্চিম বংগৰ ৭খন আসন, বিহাৰৰ ৫খন আসন, ওড়িশাৰ ৫খন আসন, ঝাৰখণ্ডৰ ৩খন আসন আৰু লাডাখ আৰু জম্মু- কাশ্মীৰৰ এখনকৈ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Apply Now

লগতে পঢ়কঃ বাংগালুৰু প্লে অফত প্ৰৱেশৰ লগে লগে মুখ উলিয়ালে মালিয়াই; কোহলীৰ দলক বাৰ্তা ‘পলাতক’ প্ৰাক্তন মালিকৰ

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে। পঞ্চম পৰ্যায়ৰ কেইজনমান তাৰকা প্ৰাৰ্থীৰ ভিতৰত আমেথি আসনৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, ৰায়বেৰেলী আসনৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধী, আৰজেডি নেতা তথা দলৰ মুৰব্বী আৰু প্ৰাক্তন মন্ত্ৰী লালু প্ৰসাদৰ কন্যা, লক্ষ্ণৌৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বাৰামুল্লাৰ পৰা নেচনেল কনফাৰেন্সৰ ভাইচ প্ৰেছিডেন্ট ওমৰ আব্দুল্লা আৰু মুম্বাই উত্তৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

নিৰ্বাচন আয়োগৰ এক বিবৃতি অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত পৰিমাণৰ তম্বু, খোৱাপানী, ৰেম্প, শৌচাগাৰ আৰু অন্যান্য মৌলিক সা-সুবিধাৰ ব্যৱস্থা কৰি আৰামদায়ক আৰু সুৰক্ষিত পৰিৱেশত ভোটগ্ৰহণ নিশ্চিত কৰা হৈছে। সংশ্লিষ্ট চিইঅ’ আৰু ডিইঅ’ আৰু ৰাজ্যিক প্ৰশাসনসমূহক সেই অঞ্চলসমূহৰ গৰম বতৰৰ পৰিস্থিতি মোকাবিলাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

লগতে পঢ়কঃ নিৰ্বাচনৰ মাজতে তৃণমূলত যোগদান কৰিলে বিজেপি সাংসদ কুনাৰ হেমব্ৰামে

এই পৰ্যন্ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে চাৰিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা ভোটগ্ৰহণত প্ৰায় ৬৬.৯৫% ভোটদান হৈছে। বাকী তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ ১ জুনলৈকে চলিব আৰু ৪ জুনত ভোটগণনা হ’ব। সাধাৰণ নিৰ্বাচনৰ প্ৰথম চাৰিটা পৰ্যায়ত ২৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৩৭৯টা লোকসভা সমষ্টিত ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd