• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংসদত মিছা ভাষণৰ অভিযোগ; এইবাৰ মোডীৰ বিৰুদ্ধে অভিযোগ তুলি অধ্যক্ষলৈ পত্ৰ কংগ্ৰেছৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 5, 2024 3:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভুৱা তথ্য দাঙি ধৰাৰ অভিযোগত সৰৱ হৈছে কংগ্ৰেছে। যুক্তি আৰু প্ৰমাণসহ তেওঁলোকে প্ৰধানমন্ত্ৰী তথা বিজেপি সাংসদ অনুৰাগ ঠাকুৰৰ ভাষণক অভিলেখৰ পৰা আঁতৰাই দিবলৈ দাবী জনাই লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰপতিৰ ভাষণত ওপৰত বক্তৱ্য ৰখাৰ সময়ত দুয়োজনে ভুৱা আৰু অৰ্ধসত্য তথ্য দিয়া বুলি অভিযোগ উত্থাপন কৰে।

ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত হোৱা আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লোকসভাত কংগ্ৰেছৰ ভোট প্ৰাপ্তি সম্পৰ্কে মোডীয়ে ভুৱা তথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ১৬খন ৰাজ্যত কংগ্ৰেছৰ ভোট প্ৰাপ্তিৰ হাৰ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে অধ্যক্ষলৈ লিখা এখন পত্ৰত কংগ্ৰেছে দাবী কৰিছে যে প্ৰধানমন্ত্ৰীয়ে ১৬খন ৰাজ্যত কংগ্ৰেছৰ ভোট হ্ৰাস পোৱাৰ কথা উল্লেখ কৰিছিল। ইয়াৰ ভিতৰত হাৰিয়ানা, উত্তৰাখণ্ড, তেলেংগানা আৰু কৰ্ণাটকত ভোটৰ হাৰ বৃদ্ধি পোৱা বুলি দাবী কৰে কংগ্ৰেছে।

লগতে পঢ়কঃ মোডীৰ স্বদেশী প্ৰযুক্তিৰ আত্মসমৰ্পন! টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ গৈ বন্ধই হৈ গ’ল ‘Koo’

Apply Now

ইয়াৰ বাহিৰেও কংগ্ৰেছৰ শাসনকালত সেনাক বুলেটপ্ৰুফ জেকেট দিয়া হোৱা নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে কৰা দাবীও মিছা বুলি উভতি ধৰিছে কংগ্ৰেছে। কাৰণ কংগ্ৰেছৰ দিনত হয়তো বুলেটপ্ৰুফ জেকেট কম আছিল, কিন্তু দিয়া হৈছিল। আনকি আৰক্ষীকো দিয়া হৈছিল বুলেটপ্ৰুফ জেকেট। তাৰ প্ৰমাণ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ।

কংগ্ৰেছৰ সময়ত দেশত যুদ্ধ বিমান নাছিল বুলিও ভুৱা তথ্য দিছে প্ৰধানমন্ত্ৰীয়ে। কংগ্ৰেছৰ মতে, সেই সময়ত সেনাৰ লগত মিগ-২৯, মিৰাজ ২০০০, জাগুয়াৰ আৰু এছ ইউ ৩০ যুঁজাৰু বিমান আছিল। ইয়াৰ বাহিৰেও ভাৰতত পাৰমাণৱিক বোমা বহনকাৰী অগ্নি, পৃথ্বী, আকাশ, নাগ বা ত্ৰিশুল আদি ক্ষেপণাস্ত্ৰ আছিল।

প্ৰধানমন্ত্ৰীয়ে এদিনৰ বাবেও ছুটী লোৱা নাছিল বুলি দাবী কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে। কংগ্ৰেছৰ কটাক্ষ, প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এদিনো ছুটী লোৱা নাছিল নে? তেনেহ’লে গোটেই দিন ধৰি কেনেকৈ প্ৰচাৰ চলালে?

লগতে পঢ়কঃ পিছৰ শাৰীত বিশ্বকাপ জয়ী বিন্নী! শ্বাহ, শুক্লাৰ ক্ষমতাৰ ৰাগীত কুন্ঠিত ভাৰতীয় ক্ৰিকেট অনুৰাগী

উল্লেখ্য যে বিজেপিয়ে পূৰ্বে প্ৰায় একেধৰণৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে। ৰাষ্ট্ৰপতিৰ ভাষণৰ উত্তৰত ৰাহুল গান্ধীয়ে দিয়া তথ্যও মিছা বুলি দাবী কৰে গেৰুৱা শিবিৰৰ সাংসদ বাংসুৰী স্বৰাজে। তাৰেই প্ৰত্যুত্তৰ হিচাপে কংগ্ৰেছে মোডীক কাঠগৰাত তুলিলে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd