• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাছাৰৰ ভূবন পাহাৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত তিনিজন উগ্ৰপন্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 9:23 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

143
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে নিশা কাছাৰৰ ভূবন পাহাৰত অসম আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত  তিনিজন উগ্ৰপন্থী নিহত হয়।

খবৰ অনুসৰি, মঙলবাৰে নিশা ভূবন পাহাৰত কাছাৰ আৰক্ষীৰ বিষয়াক উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত সংঘটিত হয় এই ঘটনা।

নিহত তিনিজন উগ্ৰপন্থীৰ ভিতৰত দুজন অসমৰ কাছাৰ জিলাৰ হোৱাৰ বিপৰীতে এজন মণিপুৰৰ।

বাতৰি অনুসৰি অসম আৰক্ষীৰ বিষয়াসকলে মঙলবাৰে সন্ধিয়া কাছাৰ জিলাৰ ধলাইৰ পৰা তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে উগ্ৰপন্থীৰ পৰা এটা এ কে ৪৭ ৰাইফলো উদ্ধাৰ কৰে।

লগতে পঢ়কঃ চন্দ্ৰৰ মাটিত ৰহস্যময় গুহাৰ সন্ধান! বিজ্ঞানী মহলত আলোড়নৰ সৃষ্টি কৰিছে এই আৱিষ্কাৰে

ধৃত তিনিওজন উগ্ৰপন্থীক এক অভিযানৰ বাবে ভূবন পাহাৰলৈ লৈ যোৱাৰ সময়তে নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হয়।

তথ্য অনুসৰি উগ্ৰপন্থীৰ সৈতে এঘণ্টাজোৰা সংঘৰ্ষত তিনিজন আৰক্ষী জোৱানো আহত হয়। 

Recent News

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেই

দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেই

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd