• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ত প্ৰদৰ্শিত হ’ব আমিৰ খান প্ৰযোজিত ছবি; চাবলৈ আহিব খোদ মুখ্য ন্যায়াধীশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2024 11:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষত মুক্তি পোৱা বহু হিন্দী ছবিৰ ভিতৰত এখন ছবিৰ সৰ্বত্ৰ চৰ্চা হৈছে। সেয়া হ’ল ‘লাপাটা লেডিজ’। আমিৰ খানৰ প্ৰযোজনা আৰু কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

ছবিখনে যদিও বক্স অফিচৰ ক্ষেত্ৰত কোনো অভিলেখ গঢ়িব নোৱাৰিলেও চিনেমা প্ৰেমীসকলে এই ছবিখনক সম্পূৰ্ণ নম্বৰ দিছে। এইবাৰ উচ্চতম ন্যায়ালয়ত দেখুওৱা হ’ব সেই ‘লাপাটা লেডিজ’! শুকুৰবাৰে ছবিখন চাবলৈ আহিব খোদ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়।

লগতে পঢ়কঃ ৰূপ-লাৱণ্যত ধ্যানভংগ সতীৰ্থসকলৰ! গেমছ ভিলেজৰ পৰা অপসাৰিত সুন্দৰী সন্তৰণবিদ

Apply Now

উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠাৰ ৭৫ বছৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত এটা হ’ল এই চিনেমা প্ৰদৰ্শন। ‘লাপাটা লেডিজ’ত আচলতে নাৰী শক্তিৰ কাহিনী কোৱা হৈছে, লিংগ বৈষম্যৰ বিৰুদ্ধে মাত মাতিছে। সেয়ে এই ছবিখন উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি আয়োজন কৰা কাৰ্যসূচীত প্ৰদৰ্শিত হ’ব। জানিব পৰা মতে, অভিনেতা-প্ৰযোজক আমিৰ খান আৰু তেওঁৰ দলটোও শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত উপস্থিত থাকিব পাৰে।

এই ছবিখন শুকুৰবাৰে সন্ধিয়া ৪.১৫ বজাৰ ভিতৰত উচ্চতম ন্যায়ালয়ত দেখুওৱা হ’ব। সূত্ৰ অনুসৰি, মুখ্য ন্যায়াধীশৰ বাহিৰেও উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ ন্যায়াধীশে তেওঁলোকৰ পত্নীৰ সৈতে চিনেমাখন চাবলৈ আহিব। আনকি উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়নৰ বিষয়াসকলকো ছবিসমূহ চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

লগতে পঢ়কঃ মূৰে-কপালে হাত আদানীৰ! পানীত পৰিল নেকি বাংলাদেশত বৃহৎ বিনিয়োগ?

দুগৰাকী মহিলাক কেন্দ্ৰ কৰিয়েই এই ছবিখনৰ মূল কাহিনী। এজন নতুনকৈ বিয়া হোৱাৰ পিছত ৰেলযোগে শহুৰেকৰ ঘৰলৈ যাওঁতে হেৰাই যায় আৰু আনজন অচিনাকি পৰিয়াল এটাৰ লগত থাকিবলৈ লয়। তাৰ পৰাই কাহিনীটোৱে এক বেলেগ মোৰ লয়। থিয়েটাৰত মুক্তি পোৱাৰ পিছত জনপ্ৰিয় অনলাইন প্লেটফৰ্ম ‘নেটফিক্স’তো মুক্তি লাভ কৰে ছবিখন। এইবাৰ উচ্চতম ন্যায়ালয়ত তাৰ স্ক্ৰীনিং কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd