• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষাৰ্থীক আকৰ্ষণ কৰিবলৈ বিভ্ৰান্তিকৰ বিজ্ঞাপন! IAS কোচিং চেন্টাৰক ৩ লাখ টকাৰ জৰিমনা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 19, 2024 7:29 am
দিল্লীৰ শ্ৰীৰাম আই এ এছ কোচিং চেন্টাৰক ৩ লাখ টকাৰ জৰিমনা বিহা হৈছে।

দিল্লীৰ শ্ৰীৰাম আই এ এছ কোচিং চেন্টাৰক ৩ লাখ টকাৰ জৰিমনা বিহা হৈছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ বাবে এটা আই এ এছ কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰই। প্ৰতিষ্ঠানটোক ৩ লাখ টকাৰ জৰিমনা বিহা হৈছে। এই কথা জনাইছে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে। দিল্লীৰ শ্ৰীৰামছ আই এ এছ কোচিং চেন্টাৰৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বিবৃতি অনুসৰি ২০২২ চনৰ ইউ পি এছ চি পৰীক্ষা সন্দৰ্ভত বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে কোটিং চেন্টাৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে কোচিং ইনষ্টিটিউটোৱে বিগত সময়ত তেওঁলোকৰ বিজ্ঞাপনত দুটা দাবী কৰিছিল। প্ৰথমতে কোৱা হৈছিল যে ২০২২ চনৰ ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষাত তেওঁলোকৰ শিক্ষানুষ্ঠানৰ ২০০ৰো অধিক পৰীক্ষাৰ্থীয়ে এই সুযোগ লাভ কৰিছে। আন এটা দাবী হ’ল, ইউ পি এছ চি, আই এ এছৰ প্ৰশিক্ষণত তেওঁলোক দেশৰ ভিতৰতে শ্ৰেষ্ঠ।

Apply Now

লগতে পঢ়কঃ কন্যাক কলেজত থবলৈ গৈছিল পিতৃ-মাতৃ; আমেৰিকাত গাড়ী দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে তিনিজনৰ

এই বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ প্ৰতি লক্ষ্য ৰাখি কনজিউমাৰ প্ৰটেকচন ব’ৰ্ডে কোচিং চেণ্টাৰৰ উত্তৰ বিচাৰিছিল। সেই সময়ত তেওঁলোকে নিজৰ প্ৰতিষ্ঠানৰ পৰা ২০০ গৰাকী সফল প্ৰাৰ্থীৰ নথি-পত্ৰ দেখুৱাব পৰা নাছিল। দেখা যায় যে সেই বছৰ ইউ পি এছ চি পৰীক্ষাত কেন্দ্ৰটোৰ ১৭১ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতা লাভ কৰিছিল। তেওঁলোকৰ বহুতেই কোচিং চেণ্টাৰৰ নিয়মীয়া ছাত্ৰ নাছিল।

গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সফল প্ৰাৰ্থীৰ ১০২ গৰাকীয়ে তাৰ পৰা কেৱল ‘বিনামূলীয়া সাক্ষাৎকাৰৰ গাইডেন্স’হে লৈছিল। প্ৰস্তুতি পৰীক্ষা ‘ফ্ৰী টেষ্ট ছিৰিজ’ত ৫৫ জনে অংশগ্ৰহণ কৰে। বাকীসকলৰ ভিতৰত ৯ গৰাকী নিয়মীয়া ছাত্ৰ আৰু ৫ গৰাকীয়ে বিভিন্ন ৰাজ্য চৰকাৰৰ সৈতে প্ৰতিষ্ঠানখনৰ বুজাবুজিৰ চুক্তি অনুসৰি বিনামূলীয়া প্ৰশিক্ষণ লাভ কৰে।

মন্ত্ৰালয়ে লগতে কয় যে ১৭১ গৰাকী সফল পৰীক্ষাৰ্থীৰ ভিতৰত গৰিষ্ঠসংখ্যকে প্ৰতিষ্ঠানটোৰ কোনো সহায় নোলোৱাকৈ প্ৰাৰম্ভিক আৰু মেইন পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

লগতে পঢ়কঃ মোডীৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি! দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিলে ইউনুছে

কিন্তু সেই কোচিং চেণ্টাৰে দিয়া বিজ্ঞাপনত সফল প্ৰাৰ্থীসকলে কোনটো পাঠ্যক্ৰম লৈছিল তাৰ কোনো উল্লেখ নাছিল। আনকি যিখন প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে সহায় অবিহনে প্ৰাৰম্ভিক আৰু মেইনছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল, সেই প্ৰতিষ্ঠানৰ কথাও বিজ্ঞাপনত উল্লেখ কৰা হোৱা নাই। ফলত গ্ৰাহক সুৰক্ষা ব’ৰ্ডৰ মতে সেই বিজ্ঞাপনত ভুল আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd