• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাট মেডিকেল কলেজ হাস্পতালৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ

দিল্লী, পঞ্জাৱৰ আপৰ চৰকাৰৰ দৰে অসমতো মহল্লা ক্লিনিক স্থাপনৰ দাবী মনোজ ধানোৱাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 5, 2024 6:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“কিছুদিন পূৰ্বে চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাচুল অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছিল। এইবাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক্ষেত্ৰতো একেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুৰ্গা পূজাৰ পিচৰ পৰা জেএমচি হাস্পতালৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্যৰ দৰিদ্ৰ ৰোগীৰ ওপৰত মাধমাৰ স্বৰূপ। আমি যোৰহাট মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ এই জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছোঁ। ”

আজি আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাই এই অভিযোগ উত্থাপন কৰে যে মাহেকে-পষেকে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অৱশেষত ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ ওপৰত কৰ-কাটল তথা অত্যধিক মাচুলৰ বোজা জাপি দিছে।

Apply Now

প্ৰেছ বিজ্ঞপ্তিত ধানোৱাৰে কয়, “চৰকাৰী হাস্পতালত এনে উচ্চ হাৰৰ মাচুল কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। কিছুমান ক্ষেত্ৰত মাচুল দুগুণ, তিনিগুণলৈকে বৃদ্ধি কৰা হৈছে। এই সিদ্ধান্ত কাৰ্যকৰী হ’লে চৰকাৰী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসা সেৱা আৰু নাৰ্চিং হোমৰ চিকিৎসা সেৱাৰ মাজত পাৰ্থক্য নোহোৱা হৈ পৰিব। ৰাজ্যখনত দৰিদ্ৰ আৰু নিম্ন আয়ৰ লোকে যিকোনো ধৰণৰ চিকিৎসা লাভৰ পৰা বঞ্চিত হ’ব। ”

আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দিল্লী আৰু পঞ্জাৱ চৰকাৰে আগবঢ়োৱা স্বাস্থ্য সেৱাৰ মডেল গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাপতি ধানোৱাৰে দিল্লী আৰু পঞ্জাৱৰ আপৰ চৰকাৰে মহল্লা ক্লিনিকৰ জৰিয়তে উন্নত মানৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ দৰে অসমতো মহল্লা ক্লিনিক স্থাপনৰ দাবী জনায়।

উল্লেখ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰস্তাৱিত মাচুলৰ নতুন নিৰিখ অনুসৰি ৰোগীৰ পঞ্জীয়ন মাচুল ১০ টকাৰ পৰা ২০ টকা, জেনেৰেল ৱাৰ্ডৰ বৰ্তমানৰ মাচুল ১০ টকাৰ পৰা ৫০ টকা, প্ৰসূতিৰ চিজাৰিয়ান অস্ত্ৰোপচাৰৰ বাবে পেয়িং কেবিন ১৮০০ টকাৰ পৰা ৩০০০ টকা, লেপাৰ’স্কপিক অপাৰেচন (জেনেৰেল ৱাৰ্ড)ৰ ৩ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকা, মেজৰ মুকলি অস্ত্ৰোপচাৰ ৬০০ টকাৰ পৰা ৬ হাজাৰ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd