• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিশোৰৰ পেটত ওলাল ঘড়ীৰ বেটাৰী, ব্লেডকে ধৰি ৫৬ টুকুৰা ধাতু, দেখি স্তম্ভিত চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 10:22 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন কিশোৰৰ পেটত ঘড়ীৰ বেটাৰী, ব্লেডকে ধৰি ৫৬টা ধাতু পোৱা গ’ল। দিল্লীৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হৈছিল উত্তৰ প্ৰদেশৰ হাথৰাছৰ এটি ১৫ বছৰীয়া কিশোৰৰ। অপাৰেচনৰ অন্তত চিকিৎসকে কিশোৰজনৰ পেটৰ পৰা ঘড়ীৰ বেটাৰী, ব্লেড, নখকে ধৰি ৫৬টা সামগ্ৰী উলিয়াই আনে। অৱশ্যে অস্ত্ৰোপচাৰৰ পিছত কিশোৰজনৰ মৃত্যু হয়।

হাথৰছত চিকিৎসা প্ৰতিনিধি (এম আৰ) হিচাপে কৰ্মৰত নিহত কিশোৰজনৰ পিতৃ সঞ্চিত শৰ্মাই কয় যে তেওঁৰ পুত্ৰ আদিত্য শৰ্মা (১৫) নৱম শ্ৰেণীত অধ্যয়ন কৰি আছিল। তেওঁৰ শৰীৰৰ ভিতৰত পোৱা এইবোৰ বস্তুৱে চিকিৎসকক হতবাক কৰি তুলিছে।

সঞ্চিত শৰ্মাই জনায় যে ছফদাৰজং হাস্পতালত অস্ত্ৰোপচাৰৰ এদিন পিছতে তেওঁৰ পুত্ৰৰ মৃত্যু হয়। তেওঁ কয়, ইয়াৰ কাৰণ হ’ল তেওঁৰ হৃদস্পন্দন বৃদ্ধি হোৱাৰ লগতে ৰক্তচাপ বিপদজনকভাৱে হ্ৰাস পাইছিল। তেওঁ লগতে কয়, উত্তৰ প্ৰদেশ, জয়পুৰ আৰু দিল্লীৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা পৰীক্ষাৰ সময়ত আদিত্যৰ পেটত এইবোৰ বস্তু ধৰা পৰিছিল। পুত্ৰৰ পেটৰ তীব্ৰ বিষ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাত তেওঁলোক চিন্তিত হৈ পৰে বুলিও কয় পিতৃয়ে।

Apply Now

লগতে পঢ়কঃ গুৱাহাটীত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ কৰ্ণাটকৰ এজন লোকৰ মৃতদেহ

আদিত্যক প্ৰথমে হাথৰাছৰ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়, তাৰ পৰাই পিছত চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিত জয়পুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়। তাত চিকিৎসাৰ অন্তত ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়। যেতিয়া তাৰ লক্ষণবোৰ পুনৰ দেখা দিবলৈ আৰম্ভ কৰে তেতিয়া পৰিয়ালে তাক আলিগড়ৰ এখন চিকিৎসালয়লৈ লৈ যায়, য’ত তাৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা দূৰ কৰিবলৈ অস্ত্ৰোপচাৰ কৰা হয়।

কিশোৰৰ স্কেনত ৫৬টা ধাতুৰ টুকুৰা পোৱা গৈছিল। ২৬ অক্টোবৰত আলিগড় হাস্পতালত অস্ত্ৰোপচাৰৰ পিছত কৰা আল্ট্ৰাছাউণ্ডত আদিত্যৰ শৰীৰৰ ভিতৰত প্ৰায় ১৯টা বস্তুৰ উপস্থিতি ধৰা পৰে, তাৰ পিছত চিকিৎসকে তেওঁক নয়দাৰ উন্নত চিকিৎসা কেন্দ্ৰলৈ স্থানান্তৰিত কৰে।

নয়ডাতো চিকিৎসকে পুনৰ ছাত্ৰজনৰ দেহ স্কেন কৰে, য’ত প্ৰায় ৫৬টা ধাতুৰ টুকুৰা ধৰা পৰে। ইয়াৰ পিছতে পৰিয়ালে ল’ৰাজনক দিল্লীৰ ছফদৰজং হাস্পতাললৈ লৈ যায় আৰু ২৭ অক্টোবৰত তেওঁৰ অপাৰেচন কৰা হয়।

লগতে পঢ়কঃ প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নামিছিল ভাৰত? বিধ্বস্ত হোৱাৰ পিছতে প্ৰশ্ন শচীনৰ

মৃত কিশোৰজনৰ পিতৃয়ে কয়, “চিকিৎসকে যৎপৰোনাস্তি চেষ্টা কৰিলে, কিন্তু হয়তো ভাগ্যৰ বিড়ম্বনা আছিল। দিল্লীৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ এদিন পিছতে মোৰ ল’ৰাটোৰ হৃদস্পন্দন বৃদ্ধি পায় আৰু ৰক্তচাপ বিপদজনকভাৱে হ্ৰাস পোৱাৰ বাবেই মৃত্যু হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd