• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2025 1:47 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ প্ৰবল বৰষুণৰ ফলত নীপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ গেট খোলাৰ পিছতে গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ ২৫ খন গাঁও বানত আক্ৰান্ত হৈছে। দৈয়াং আৰু ধনশিৰি নদীৰ লগতে উপনৈসমূহ উফন্দি উঠাত নৈপৰীয়া অঞ্চলবোৰত পানী প্ৰৱেশ কৰি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

বানৰ কৱলত পৰি প্ৰায় ৪০০ পৰিয়াল ঘৰৰ ত্যাগ কৰিবলগীয়া হৈছে। প্ৰশাসনে এতিয়ালৈকে ৭ টা বান শিবিৰ স্থাপন কৰি প্ৰায় ১৮০০ গৰাকী লোকক আশ্ৰয় প্ৰদান কৰিছে বুলি সদৰী কৰিছে। শিবিৰসমূহত খাদ্য সামগ্ৰীৰ যোগান, খোৱা-খোৱাৰ পানী আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা লগতে গৃহপশুৰ বাবে বিশেষভাৱে খাদ্য যোগানৰো ব্যৱস্থা কৰা হৈছে।

Apply Now

সৰুপথাৰ সমজিলা আয়ুক্ত মানসজ্যোতি নাথে সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰে যে  এই মুহূর্তত ২৫ খন গাঁও পানীত জুৰুলা হৈছে। প্ৰায় ১৮০০ জন লোক ৭ টা শিবিৰত আশ্ৰয় লৈ আছে। ক্ষতিগ্ৰস্ত কৃষকসকলে কৃষি ফচল বীমা আঁচনিৰ জৰিয়তে ক্ষতিপূৰণ লাভ কৰিব, লগতে দুৰ্যোগ ব্যৱস্থাপনাৰ দিশৰ পৰা বিশেষ সহযোগিতা কৰা হ’ব।

তথাপিও বান শিবিৰত থকা লোকসকলে ঘৰুৱা জীৱনৰ ভৱিষ্যতক লৈ গভীৰ চিন্তা প্ৰকাশ কৰিছে। বানে কেৱল ঘৰৰ সামগ্ৰী নহয়, বৃহৎ পৰিমাণৰ কৃষি ভূমিও বিনষ্ট কৰিছে। এজন পীড়িত মহিলাই উচুপি কয় যে“নীপকোৱে পানী খোলাৰ আগতে প্ৰশাসনে আমাক জনাব লাগিছিল। কিন্তু জনোৱা হোৱা নাছিল। এতিয়া ঘৰৰ সামগ্ৰী আৰু খেতি পানীৰ তলত। ঘৰলৈ উভতি যোৱাৰ পিছত আমি কেনেদৰে জীৱন যাপন কৰিম সেই কথা ভাবিলে হৃদয় কঁপি উঠে।”

শিক্ষা ব্যৱস্থাও সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰিছে। বান শিবিৰত থকা অভিভাৱকসকলে জানিবলৈ দিছে যে, বিদ্যালয়লৈ যাব পৰা ৰাস্তা বানে ধ্বংস কৰি পেলাইছে। ফলত ছাত্ৰ-ছাত্ৰীসকল পঢ়াশুনিৰ পৰা বঞ্চিত হৈ পৰিছে।

চলিত বছৰত ইতিমধ্যে তৃতীয়বাৰ বানে আঘাত হানিলে সৰুপথাৰ সমজিলাৰ বহুসংখ্যক গাঁৱক। প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বন্যাৰ্তসকলৰ মুখত একে প্ৰশ্ন “শিবিৰৰ পৰা ঘৰলৈ উভতিলেই আমি কি কৰিম?”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd