• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

OpenAI-এ মুকলি কৰিলে ছ’চিয়েল ভিডিঅ’ এপ! বন্ধু-বান্ধৱীৰ সৈতে ‘কৃত্ৰিম’ ভিডিঅ’ তৈয়াৰ কৰক সহজেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2025 6:30 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ চনৰ নৱেম্বৰ মাহত চেটজিপিটিয়ে আত্মপ্ৰকাশ কৰে।অপেনএআইয়ে নিৰ্মাণ কৰা এই চেটবটে আৰম্ভণিৰে পৰাই সকলোকে আচৰিত কৰি তুলিছিল। ই সোনকালে সকলোৰে হৃদয় জয় কৰিছিল। এতিয়া ছেম অল্টমেনৰ কোম্পানীয়ে এআই ভিত্তিক ভিডিঅ’ তৈয়াৰ কৰাৰ সুযোগ প্ৰদান কৰিবলৈ নতুন ছ’চিয়েল ভিডিঅ’ এপ ‘ছ’ৰা’ মুকলি কৰিছে। কিন্তু এতিয়াৰ বাবে আমেৰিকা আৰু কানাডাৰ আইফোন ব্যৱহাৰকাৰীয়েহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব। তদুপৰি এণ্ড্ৰইডত কেতিয়া লঞ্চ হ’ব সেয়াও জানিব পৰা হোৱা নাই।

এই এপটো ঠিক কেনেকুৱা?

Apply Now

এই এপটোৰ পৰা চুটি ভিডিঅ’ তৈয়াৰ কৰিব পাৰি, ঠিক টিকটক বা ইনষ্টাগ্ৰামৰ ৰিলৰ দৰে। কিন্তু বিশেষত্ব হ’ল ইয়াত এআই বা কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা হ’ব। এই এপটোৰ মূল আকৰ্ষণ হ’ব ‘কেমিঅ’’ নামৰ এটা বৈশিষ্ট্য। ব্যৱহাৰকাৰীয়ে AI ব্যৱহাৰ কৰি চুটি ভিডিঅ’ তৈয়াৰ কৰিব পাৰে। যদি আন ব্যৱহাৰকাৰীয়ে বিচাৰে তেন্তে সেই ভিডিঅ’টো ব্যৱহাৰ কৰি নিজেই নতুন ক্লিপ তৈয়াৰ কৰিব পাৰে। তেওঁলোকে Sora 2 মডেল ব্যৱহাৰ কৰিব পাৰে।

কেমিঅ’ নামৰ এই বৈশিষ্ট্য ব্যৱহাৰ কৰি কেৱল বন্ধুৱেই নহয়, অনুমতি থকা আন যিকোনো ব্যক্তিকো ভিডিঅ’টোত যোগ কৰিব পাৰিব। অৱশ্যে সেই ক্ষেত্ৰত যিজনৰ মুখখন ব্যৱহাৰ কৰা হয় সেইজনো ভিডিঅ’টোৰ ‘সহ-মালিক’ হৈ পৰিব। তেওঁ ভিডিঅ’টোৰ ‘এক্সেছ’ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব। আনকি তেওঁ ভিডিঅ’টো ডিলিট কৰিব পাৰে।

ইয়াৰ উপৰিও ‘ৰিমিক্স’ নামৰ আন এটা বৈশিষ্ট্যও আছে। ইয়াৰ সহায়ত ব্যৱহাৰকাৰীয়ে যিকোনো ক্লিপ ট্ৰেণ্ডত নিজকে বিলীন কৰিব পাৰে। অৱশ্যে ভিডিঅ’বোৰৰ দৈৰ্ঘ্য ১০ ছেকেণ্ডতকৈ বেছি নহ’ব।
স্বাভাৱিকতে ভিডিঅ’বোৰৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হয়। সেই কথা মনত ৰাখি OpenAI এ এনে নিয়ম কৰিছে যে অশ্লীল বা প্ৰতিশোধমূলক ভিডিঅ’ বনাব নোৱাৰি।

ইয়াৰ উপৰিও চেলিব্ৰিটিৰ মুখৰ ব্যৱহাৰৰ অনুমতি নাই। কিন্তু কোনো জনপ্ৰিয় ব্যক্তিয়ে যদি নিজৰ ‘কেমিঅ’’ আপলোড কৰি ব্যৱহাৰ কৰিবলৈ সন্মত হয়, তেন্তে সেয়া বেলেগ কথা। এতিয়াৰ বাবে কোম্পানীটোৰ কাৰ্যবাহীসকল এই নতুন এপটোক লৈ উৎসাহিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd