• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পঞ্জাৱত বিজেপিৰ মাষ্টাৰষ্ট্ৰোক! মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ পৰিয়ালৰ সদস্যই যোগদান কৰিলে বিজেপিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2026 8:49 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা বছৰ পঞ্জাৱত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু তাৰ আগতেই ৰাজ্যখনত বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে আৰু শাসকীয় আম আদমি পাৰ্টিৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এইবাৰ খোদ পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা ভগৱন্ত মানৰ নিজৰ পৰিয়ালৰ সদস্যই পদম ফুলৰ দল অৰ্থাৎ বিজেপিত যোগদান কৰিছে। সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ আত্মীয় জ্ঞান সিং মানে পঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰৰ পৰা আনুষ্ঠানিকভাৱে বিজেপিৰ পতাকা গ্ৰহণ কৰে। এই গুৰুত্বপূৰ্ণ যোগদান কাৰ্যসূচীত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীও উপস্থিত আছিল। মুখ্যমন্ত্ৰীৰ নিজৰ মানুহেই বিৰোধী দলত যোগ দিয়া কাৰ্যই এতিয়া পঞ্জাৱৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই যোগদানৰ পিছতে পঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰে কয় যে পঞ্জাৱত বিজেপিয়ে নিজৰ শিপা অতি মজবুত কৰি তুলিছে আৰু নতুন সদস্যসকলে দলটোক আৰু অধিক শক্তিশালী কৰিব। জ্ঞান সিং মানৰ লগতে মুখ্যমন্ত্ৰীৰ আন এগৰাকী আত্মীয় বলজিন্দৰ সিঙেও বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰি বলজিন্দৰে আম আদমি পাৰ্টিক কঠোৰ সমালোচনা কৰে। তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে প্ৰবাসী ভাৰতীয়সকলক পঞ্জাৱত আহি ব্যৱসায় কৰিবলৈ আহ্বান জনায়, কিন্তু তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিলে সেইবোৰ বন্ধ কৰি দিয়া হয়। কিছুদিন আগতে এই চৰকাৰখনেই তেওঁৰ ৰাস্তাৰ কাষৰ খাদ্যৰ দোকান বা ধাবাখনো বন্ধ কৰি দিছিল। পৰিয়ালৰ মানুহৰ এনে পদক্ষেপে মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বাবে এক ডাঙৰ আঘাত বুলি ধৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে জ্ঞান সিং মান এসময়ত আম আদমি পাৰ্টিৰ এজন অতি গুৰুত্বপূৰ্ণ নেতা আছিল। যোৱা লোকসভা আৰু বিধানসভা নিৰ্বাচনত তেওঁ দলৰ নিৰ্বাচনী প্ৰচাৰৰ মুখ্য দায়িত্বত আছিল। কিন্তু পঞ্জাৱত আম আদমি পাৰ্টিয়ে ক্ষমতা লাভ কৰাৰ পিছৰে পৰা তেওঁ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নীতি আৰু কাম-কাজক লৈ সন্তুষ্ট নাছিল। বিশেষকৈ পঞ্জাৱৰ বানপানী সমস্যা সমাধান কৰাত চৰকাৰ আৰু প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি তেওঁ ছ’চিয়েল মিডিয়া আৰু ৰাজহুৱা মঞ্চত মুকলিকৈ সমালোচনা কৰিছিল। আনহাতে, এই অনুষ্ঠানত উপস্থিত থকা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়েও আম আদমি পাৰ্টিক তীব্ৰ আক্ৰমণ কৰে। তেওঁ কয় যে অৰবিন্দ কেজৰিৱালে যাক সমৰ্থন কৰে, তেওঁলোকৰেই পতন হয়। কংগ্ৰেছ আৰু পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰে যে একেদৰেই এতিয়া পঞ্জাৱৰ পৰাও আম আদমি পাৰ্টি নিঃশেষ হৈ যোৱাৰ সময় আহি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd