• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেট্ৰল-ডিজেল ক্ৰয়ত মোদী চৰকাৰৰ কঠোৰ নিয়মাৱলী, পেট্ৰল পাম্পৰ পৰা ইন্ধন লোৱাৰ ক্ষেত্ৰত ব্যৱসায়ীৰ বাবে নিষেধাজ্ঞা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2026 10:06 am
265
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। বৰ্তমানৰ পৰা উদ্যোগিক, ব্যৱসায়িক আৰু বিভিন্ন প্ৰতিষ্ঠানৰ বাবে পেট্ৰল পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰাৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিৰ্দেশ অনুসৰি, উক্ত ব্যৱহাৰকাৰীসকলে এতিয়াৰ পৰা কেৱল চৰকাৰে অনুমোদিত পাইকাৰী বিক্ৰী কেন্দ্ৰৰ পৰাহে নিজৰ প্ৰয়োজনীয় ইন্ধন সংগ্ৰহ কৰিব পাৰিব। এই নতুন ব্যৱস্থাটো প্ৰাৰম্ভিক পৰ্যায়ত ৯০ দিনৰ বাবে বলবৎ থাকিব।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে পেট্ৰল আৰু ডিজেলৰ খুচুৰা তথা পাইকাৰী মূল্যৰ মাজত প্ৰাৰ্থক্য থকাৰ বাবে বহু বাণিজ্যিক প্ৰতিষ্ঠানে পাইকাৰী কেন্দ্ৰৰ সলনি সাধাৰণ পেট্ৰল পাম্পৰ পৰাই ইন্ধন ক্ৰয় কৰি আছিল, যাৰ ফলত সাধাৰণ গ্ৰাহকৰ বাবে ইন্ধনৰ নাটনি হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছিল। এতিয়াৰ পৰা কোনো কোম্পানীয়ে পেট্ৰল পাম্পৰ পৰা ইন্ধন ভৰাই নিজৰ ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব নোৱাৰিব।

Apply Now

ইয়াৰ লগতে সাধাৰণ গ্ৰাহকৰ বাবেও ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত কিছু কঠোৰ নিয়ম বান্ধি দিয়া হৈছে। এতিয়াৰ পৰা পেট্ৰল পাম্পত ডিজেল কেৱল বাহনৰ ইন্ধন টেংকীত বা চৰকাৰীভাৱে অনুমোদিত পাত্ৰতহে দিয়া হ’ব। কোনো এজন গ্ৰাহকে এদিনত সৰ্বাধিক দুশ লিটাৰ ডিজেলহে ক্ৰয় কৰিব পাৰিব আৰু সেই ক্ৰয় কৰা ডিজেল পুনৰ বিক্ৰী কৰিবলৈ অনুমতি দিয়া নহ’ব। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে বজাৰত ইন্ধনৰ কৃত্রিম নাটনি ৰোধ কৰা আৰু ক’লা বজাৰী প্ৰতিহত কৰা।

এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ দায়িত্ব ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহক দিয়া হৈছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিয়া হৈছে যাতে ইন্ধনৰ মজুতকৰণ, ক’লা বজাৰী আৰু অবৈধ সৰবৰাহ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হয়। যদি কোনো ব্যক্তিয়ে এই নিয়ম উলংঘা কৰে, তেন্তে আৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি চৰকাৰে স্পষ্ট কৰি দিছে। প্ৰয়োজন হ’লে চৰকাৰে এই সময়সীমা পাছলৈ বৃদ্ধি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোহৰলৈ আহিল তৃণমূল কংগ্ৰেছৰ বিসম্বাদী ১৯ গৰাকী সাংসদৰ স্বাক্ষৰিত পত্ৰ, কাৰ কাৰ আছে নাম?

পোহৰলৈ আহিল তৃণমূল কংগ্ৰেছৰ বিসম্বাদী ১৯ গৰাকী সাংসদৰ স্বাক্ষৰিত পত্ৰ, কাৰ কাৰ আছে নাম?

June 12, 2026 11:13 am
ভাৰতীয় শ্বুটিং জগতত শোকৰ ছাঁ; এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী যশপাল ৰানাৰ অকাল বিয়োগ

ভাৰতীয় শ্বুটিং জগতত শোকৰ ছাঁ; এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী যশপাল ৰানাৰ অকাল বিয়োগ

June 12, 2026 11:07 am
শ্বাসৰুদ্ধকৰ মেচত চেক গণৰাজ্যক ২-১ গ’লত পৰাস্ত কৰিলে এছিয়াৰ শক্তি দক্ষিণ কোৰিয়াই

শ্বাসৰুদ্ধকৰ মেচত চেক গণৰাজ্যক ২-১ গ’লত পৰাস্ত কৰিলে এছিয়াৰ শক্তি দক্ষিণ কোৰিয়াই

June 12, 2026 10:27 am
ফিফা বিশ্বকাপৰ প্ৰথম দিনটোতেই সম্প্ৰচাৰক লৈ বিতৰ্ক, জি-ফাইভক লৈ অসন্তুষ্টি দৰ্শকৰ

ফিফা বিশ্বকাপৰ প্ৰথম দিনটোতেই সম্প্ৰচাৰক লৈ বিতৰ্ক, জি-ফাইভক লৈ অসন্তুষ্টি দৰ্শকৰ

June 12, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰলৈ আহিল তৃণমূল কংগ্ৰেছৰ বিসম্বাদী ১৯ গৰাকী সাংসদৰ স্বাক্ষৰিত পত্ৰ, কাৰ কাৰ আছে নাম?

পোহৰলৈ আহিল তৃণমূল কংগ্ৰেছৰ বিসম্বাদী ১৯ গৰাকী সাংসদৰ স্বাক্ষৰিত পত্ৰ, কাৰ কাৰ আছে নাম?

June 12, 2026 11:13 am
ভাৰতীয় শ্বুটিং জগতত শোকৰ ছাঁ; এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী যশপাল ৰানাৰ অকাল বিয়োগ

ভাৰতীয় শ্বুটিং জগতত শোকৰ ছাঁ; এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী যশপাল ৰানাৰ অকাল বিয়োগ

June 12, 2026 11:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd