• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰানৰ সৈতে অলপতে হোৱা শান্তি চুক্তিখন বাতিল হোৱা বুলি ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2026 3:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰানৰ সৈতে অলপতে হোৱা শান্তি চুক্তিখন বাতিল হোৱা বুলি ঘোষণা কৰিছে। তেওঁ ইৰানৰ নেতাসকলক তীব্ৰ ভাষাৰে কটাক্ষ কৰি তেওঁলোকক অতি বেয়া মানুহ বুলি অভিহিত কৰিছে। হাৰমুজ প্ৰণালীত তিনিখন ব্যৱসায়িক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিশোধ ল‘বলৈ আমেৰিকাই ইৰানৰ ওপৰত নতুনকৈ আক্ৰমণ চলোৱাৰ কিছু সময়ৰ পিছতে ট্ৰাম্পে এই ডাঙৰ ঘোষণা কৰে। তুৰস্কত অনুষ্ঠিত হোৱা নাট’ সন্মিলনত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ট্ৰাম্পে কয় যে তেওঁ এতিয়া ইৰানৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নিবিচাৰে।

মাত্ৰ তিনি সপ্তাহ পূৰ্বে ইৰানৰ সৈতে স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিখনৰ বিষয়ে সোধাত ট্ৰাম্পে পোনপটীয়াকৈ কয় যে তেওঁৰ বাবে এই চুক্তি এতিয়া শেষ হৈ গৈছে আৰু তেওঁলোকৰ সৈতে কোনো লেনদেন কৰিবলৈ তেওঁ সাজু নহয়। ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য ৩ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বৰ প্ৰায় ২০ শতাংশ ইন্ধন সৰবৰাহ হোৱা হাৰমুজ প্ৰণালীৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ইৰানে কৰা চেষ্টাৰ বাবেই দুয়োখন দেশৰ মাজত এই যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে।

Apply Now

ইৰানৰ নেতৃত্বক তীব্ৰ আক্ৰমণ কৰি ট্ৰাম্পে কয় যে তেওঁলোক অতি হিংস্ৰ, পাগল আৰু মিছলীয়া মানুহ। তেওঁলোকৰ হাতত যদি পাৰমাণৱিক অস্ত্ৰ থাকিলহেঁতেন, তেন্তে তেওঁলোকে তাক নিশ্চয় ব্যৱহাৰ কৰিলেহেঁতেন। অৱশ্যে তেওঁ কয় যে দুয়োপক্ষৰ আলোচনাপন্থীসকলে কথা পাতি থাকিব পাৰে, কিন্তু তেওঁৰ মতে ই কেৱল সময়ৰ অপচয়হে হ’ব কিয়নো ইৰানৰ নেতাসকল বিশ্বাসৰ যোগ্য নহয়।

ইফালে ইৰানৰ সামৰিক ঘাটি, মিছাইল কেন্দ্ৰ আৰু বন্দৰসমূহক লক্ষ্য কৰি আমেৰিকাই এক বৃহৎ আক্ৰমণ চলাইছে। ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান চলি থকাৰ সময়তে এই আক্ৰমণসমূহ কৰা হৈছে, যিগৰাকী নেতাক যোৱা মাৰ্চ মাহত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত হত্যা কৰা হৈছিল। আমেৰিকাৰ এই নতুন আক্ৰমণৰ ফলত ইৰানৰ বান্দাৰ আব্বাছ আৰু কিচম দ্বীপকে ধৰি কেইবাটাও অঞ্চলত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু সমগ্ৰ অঞ্চলটোত উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd