• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চি: ‘বিতাড়ন’, ‘আটককৰণ’ এটাও নহয় বিদেশীৰ, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2018 9:08 pm
BJP will pass Citizenship Bill, if gets majority in Rajya Sabha: Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মা। ছবি- টুইটাৰৰ পৰা।

546
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা স্পুতনিক নিউজ-ৰ সৈতে শেহতীয়া সাক্ষাৎকাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা লোকসকলকৰ “বিতাড়ন” বা “আটককৰণ” সন্দৰ্ভত অনিশ্চয়তা প্ৰকাশ কৰিছে।

“মানুহ (বিদেশী)ক এখন ৰে’লত তুলি সীমান্তলৈ পঠোৱা”সদৃশ পৰিস্থিতি এটাৰ সম্ভাৱনা “দেখা নাই” বুলি উল্লেখ কৰি এই মন্তব্য কৰিছে শৰ্মাই।

“ভাৰত এনে এখন দেশ যি শৰণাৰ্থীক সদায় আশ্ৰয় প্ৰদান কৰি আহিছে, সদায় সুনিশ্চিত কৰিছে মানৱ অধিকাৰ, মানুহৰ মৰ্য্যাদা। মই এটা পৰিস্থিতি দেখা নাই য’ত মানুহক ৰে’ল এখনত ভৰোৱা হ’ব আৰু সীমান্তলৈ পঠিওৱা হ’ব (বাংলাদেশ বা নেপাললৈ বিতাড়ন),” শৰ্মাৰ মন্তব্য।

বিতাড়ন বা আটককৰণ কৰা নহ’লে তেন্তে কি কৰা হ’ব এন আৰ চিত ঘোষিত বিদেশীসকলৰ? সেই সন্দৰ্ভত তেওঁ দেখা সম্ভাৱনা সাক্ষাৎকাৰটোত সদৰী কৰিছে শৰ্মাই।

লগতে পঢ়ক– আলফাৰ অস্ত্ৰৰ জবাব ‘শক্তিৰে’ দিব ৰাষ্ট্ৰই, আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাত মন্তব্য হিমন্ত বিশ্বৰ

“সম্ভৱতঃ সৃষ্টি হ’ব এনে এক শ্ৰেণীৰ নাগৰিক যাৰ হয়তো কিছুমান অধিকাৰ নাথাকিব; তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ নাথাকিব পাৰে, তেওঁলোকৰ নাথাকিব পাৰে ভূমিৰ অধিকাৰ যিটো দেশৰ বহু অংশত বৰ্তমান আছেই। মই ভাবো কি হ’ব সেইটো নিৰ্ভৰ কৰিব সংখ্যাটোৰ ওপৰত। সেয়ে এইটো অনুমান কৰাটো খুব কঠিন,” এয়া শৰ্মাই দেখা এন আৰ চি পৰৱৰ্তী সময়ৰ “সম্ভাৱনা”।

কিন্তু এন আৰ চিত নাম নহাসকলৰ, তেওঁৰ মতে, ‘‘মানৱীয় মৰ্য্যাদা, মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ” নিশ্চিত কৰা হ’ব।

শৰ্মাই লগতে কয় অহা সাধাৰণ নিৰ্বাচন বা এই বিত্তীয় বৰ্ষ (৩১ মাৰ্চলৈকে)ৰ ভিতৰতে এন আৰ চি সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। কিন্তু এন আৰ চিৰ আধাৰত ভোটাৰ তালিকা সংশোধনৰ দৰে বিষয়ত অধিক সময় লাগিব বুলি কয় মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, “এন আৰ চিৰ আধাৰত আমাৰ ভোটাৰ তালিকা সংশোধন কৰাৰ দৰে ব্যৱস্থা লোৱা হ’বনে নাই—সেইটো এটা নীতিগত সিদ্ধান্ত আৰু মই ভাবো ই আৰু কিছু সময় ল’ব।”

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd