• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হয় নাগৰিকত্ব বিধেয়ক বাতিল, নহয় মৃত্যুক বৰণ; দিল্লীলৈ বুলি ৭০টা সংগঠন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 7, 2018 9:56 pm
07-12-18-Guwahati--KMSS-&-7

শুকুৰবাৰে ৭০টা সংগঠনৰ সংবাদমেল। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হয় নাগৰিকত্ব বিধেয়ক বাতিল, নহয় মৃত্যুক বৰণ!

এই চৰম সংকল্পৰে নাগৰিকত্ব বিধেয়ক বাতিল নোহোৱা পৰ্য্যন্ত নতুন দিল্লীত আমৰণ অনশনত বহিবলৈ ওলাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্যৰ ৭০টা সংগঠন।

Apply Now

নতুন দিল্লীৰ সংসদ মাৰ্গত ৯ ডিচেম্বৰৰ পুৱা ১০ বজাৰ পৰা অনশনত বহিব এই ৭০টা “জাতীয়-জনগোষ্ঠীয়-সংখ্যালঘু” সংগঠনৰ প্ৰত্যেকৰে দুজনকৈ নেতা।

শুকুৰবাৰে গুৱাহাটীৰ গান্ধীবস্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত সংবাদমেলযোগে এই কথা ঘোষণা কৰে উমৈহতীয়া মঞ্চটোৰ নেতা অখিল গগৈ আৰু পলাশ চাংমায়ে।

বিজেপি চৰকাৰ উত্থাপিত বিধেয়কখনে দেশলৈ আনিব পৰা সংকট সন্দৰ্ভত সমগ্ৰ দেশবাসীক অৱগত কৰাও এই অনশনৰ অন্যতম উদ্দেশ্য বুলি দাবী কৰে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে।

“নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কৌশলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উঠি-পৰি লাগিছে। উক্ত অনশনৰ জৰিয়তে সমগ্ৰ দেশবাসীক বিধেয়কখনে দেশলৈ কেনেধৰণে সংকট কঢ়িয়াই আনিব পাৰে সেই কথা জনাই দিব বিচৰা হৈছে,” দাবী গগৈৰ।

“কেৱল ৰাজনৈতিক উদ্দেশ্য” আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে শীতকালীন অধিৱেশনতে বিধেয়কখন গৃহীত কৰি আইনৰ ৰূপ দিয়াৰ আশংকা কৰিছে যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে।

“চৰকাৰৰ ষড়যন্ত্ৰৰ তীব্ৰ বিৰোধিতা কৰি ৰাজপথলৈ অসমৰ জনসাধাৰণ ওলাই আহিছে। বিধেয়কখনক আইনৰ ৰূপ দিয়াত বাধা প্ৰদানৰ বাবেই এই আমৰণ অনশন কাৰ্য্যসূচী লোৱা হৈছে। এই অনশনৰ প্ৰতি সমগ্ৰ দেশবাসীক সমৰ্থন জনাবলৈ ৭০টা জাতীয় সংগঠনে আহ্বান জনাইছো,” চাংমাইৰ আহ্বান।

আনহাতে দেশৰ ১৪৯খন তৈলক্ষেত্ৰৰ লগতে অসমৰো ১১খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত “গতাব” বিচৰা বিজেপি চৰকাৰৰ “সিদ্ধান্ত”ৰ বিৰুদ্ধেও হুংকাৰ দিছে সংগঠনকেইটাই।

“বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেৱল পুঁজিপতি গোষ্ঠীসমূহক সন্তুষ্ট কৰিবৰ বাবেই অসমৰ লাভজনক তৈলক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক গতাব বিচাৰিছে। কোনো কাৰণতে অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ দিয়া নহ’ব,” হুংকাৰ পলাশ চাংমাইৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd