• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইলাকান্দিত অনুষ্ঠিত হ’বলগীয়া ৰবীন্দ্ৰ মেলা পিছুওৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

প্ৰৱেশিকা, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে আদালতৰ এই ৰায়

ৰাহুল চক্ৰবৰ্তী by ৰাহুল চক্ৰবৰ্তী
December 26, 2018 8:09 pm
wp-image-57987165jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইলাকান্দিৰ উপায়ুক্ত আদিল খানে ৰবীন্দ্ৰ মেলাৰ আয়োজক সমিতি, অধ্যক্ষসকল, প্ৰধান শিক্ষকসকল আৰু আন আন বিশিষ্ট নাগৰিকসকলৰ সৈতে এখন সভাত মিলিত হয়। এই সভাত হাইলাকান্দিত অনুষ্ঠিত হোৱা ৰবীন্দ্ৰ মেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত থকা বাধাসমূহৰ বিষয়ে আলোচনা কৰা হয়।

সভাখনত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰৱেশিকা,  উচ্চতৰ মাধ্যমিক আদি পৰীক্ষা সম্পন্ন হোৱাৰ পাছত, মাৰ্চৰ মাজভাগত ৰবীন্দ্ৰ মেলা অনুষ্ঠিত কৰাৰ বাবে জাৰি কৰা নিৰ্দেশৰ সূত্ৰ ধৰি বিভিন্ন সমস্যাৱলী আলোচনা কৰা হয়। জানিব পৰা মতে এগৰাকী স্থানীয় বাসিন্দাই এই মেলাখন স্থগিত ৰখাৰ বাবে আৱেদন জনাই এটা গোচৰ ৰুজু কৰিছিল আৰু উচ্চ ন্যায়ালয়ে  গোচৰটোৰ ভিত্তিত মেলাখন পিছুৱাবলৈ এটা নিৰ্দেশ জাৰি কৰিছিল।

Apply Now

উল্লেখ্য যে বিভিন্ন চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু শিক্ষকসকলে মত প্ৰকাশ কৰিছিল যে এমাহ জোৰা এই মেলাখন অনুষ্ঠিত কৰিলে ছাত্ৰ-ছাত্ৰীৰ পঢ়াত ব্যঘাত জন্মিব আৰু ইয়ে প্ৰৱেশিকা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা সকলৰ অসুবিধা কৰিব।

তেওঁলোকে মেলাখন মাৰ্চৰ মাজভাগলৈকে স্থগিত ৰাখিবলৈ আৱেদন জনায়। কিন্তু আয়োজক সমিতিৰ সদস্যসকলে বিভিন্ন সমস্যা দেখৱাই মেলাখন জানুৱাৰিতেই অনুষ্ঠিত কৰাত জোৰ দিয়ে।

আনহাতে, ভূতপূৰ্ব বিধায়ক তথা আয়োজক সমিতিৰ সভাপতি ৰাহুল ৰয়ৰ কাৰ্যকাল শেষ হোৱা বাবে সভাখনত এখন নতুন আয়োজক সমিতি গঠন কৰাৰ সংক্ৰান্তটো আলোচনা কৰা হয়।

উল্লেখ্য যে কাটলিচেৰাৰ পূৰ্বৰ বিধায়ক, প্ৰয়াত সন্তোষ কুমাৰ ৰয়ে ৩ দশক পূৰ্বে ৰবীন্দ্ৰ মেলাৰ সূচনা কৰাৰ পাছত কবিগুৰুগৰাকীৰ আদৰ্শক আগবঢ়াই নিয়াৰ উদ্দেশ্যে বছৰি এই মেলাখন অনুষ্ঠিত কৰি অহা হৈছে।

ৰাহুল চক্ৰবৰ্তী

ৰাহুল চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd