• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেট : বিধৱালৈ ২৫ হাজাৰ টকাকৈ সাহায্য; শিক্ষা ঋণ থকা অভিভাৱকৰ একাউণ্টত ৫০ হাজাৰকৈ টকা

হিমন্ত বিশ্বৰ বাজেট চমক : বিয়াৰ সময়ত কইনাক এতোলাকৈ সোণ দিব অসম চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2019 12:50 pm
Assam Budget

বাজেট দাখিলৰ সময়ত মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিধানসভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্বই দাখিল কৰা ২০১৯-২০ বৰ্ষৰ বাজেটত চমক দিয়াৰ চেষ্টা কৰা দেখা গ’ল মন্ত্ৰীজনক। যথেষ্ট নতুনত্ব থকা বাজেটখনত সমাজৰ বিভিন্ন স্তৰ আৰু বিভিন্ন শ্ৰেণীক সামৰি কেতবোৰ অভিলাষী আঁচনি লোৱা দেখা গৈছে। মুঠ ১৮খন ধ্বজ্জাবাহী আঁচনি বাজেটত ধৰা হৈছে।

বাজেট ভাষণত ৪৫ বছৰ অনূৰ্ধ্ব বিধৱাসকলৰ বাবে ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰীজনে।

Apply Now

ইয়াৰ উপৰি জ্ঞানদীপিকা শীৰ্ষক আঁচনিৰ অধীনত শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন সা-সুবিধা আগ বঢ়োৱা হৈছে বাজেটত। সন্তানৰ উচ্চশিক্ষাৰ ঋণ ঘূৰোৱাত সহায় কৰাৰ বাবে অভিভাৱকৰ একাউণ্টত ৫০ হাজাৰ টকাকৈ জমা দিয়া হ’ব। ইয়াৰ জৰিয়তে ২০ হাজাৰ অভিভাৱক উপকৃত হ’ব বুলি জনায় মন্ত্ৰীজনে।

চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সমৱেশ (য়ুনিফৰ্ম)ৰ বাবে দিয়া ধন প্ৰতিজনৰ বাবত পূৰ্বৰ ৪০০ টকাৰ পৰিৱৰ্তে ৬০০ টকালৈ বৃদ্ধি কৰা হৈছে। তাৰোপৰি পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকহে সমৱেশ দিয়া হৈছিল যদিও ২০১৯ বৰ্ষৰ পৰা দশম শ্ৰেণী পৰ্য্যন্ত ছাত্ৰ-ছাত্ৰীক এই আঁচনিয়ে সাঙুৰি ল’ব। নৱম-দশম শ্ৰেণীৰ সমৱেশৰ মূল্য ৭০০ টকা ধাৰ্য্য কৰা হৈছে।

এই আঁচনিৰ অধীনত ১ লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ অভিভাৱকৰ সন্তানৰ বাবে স্নাতক মহলালৈকে নামভৰ্তি বিনামূলীয়া হ’ব। তাৰোপৰি বিনামূলীয়া পাঠ্যপুথি স্নাতক মহলালৈকে দিয়া হ’ব।

বাজেটত বিত্ত মন্ত্ৰীজনে ধৰ্মীয় স্থান বা দেৱালয় বিলাকৰ বাবে ২ লাখ টকাকৈ বাৰ্ষিক ভাত্তাৰ ঘোষণা কৰে। ইয়াৰ জৰিয়তে ৰাজ্যত থকা ধৰ্মীয় অনুষ্ঠানবোৰে যথেষ্ট আৰ্থিক সকাহ পাব বুলি জনায় মন্ত্ৰীজনে।

ইয়াৰ উপৰি ৰাজ্যৰ ভেন্সাৰ শিক্ষানুষ্ঠান আৰু শিক্ষকসকলক প্ৰাদেশিককৰণৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে বুলি জনায় বিত্ত মন্ত্ৰীজনে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd