• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকক সস্তীয়া মদ খাবলৈ বাধ্য কৰাইছে চৰকাৰে : উপমন্যু হাজৰিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2019 6:36 am
27-01-19 Guwahati- Upamanyu Hazarika press meet (3)

গুৱাহাটীত প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাৰ সংবাদমেল। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২১ ফেব্ৰুৱাৰিৰ দিনা বিষাক্ত চুলাই-মদ সেৱন কৰি বৰ্তমানলৈকে শতাধিক  লোকে মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ চাৰিওদিশে তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে চাহ শ্ৰমিকক সস্তীয়া মদ খাবলৈ চৰকাৰে বাধ্য কৰোৱা বুলি দাবী কৰে হাজৰিকাই।

Apply Now

হাজৰিকাই কয়, ‘চাহ বাগিচাত কৰ্মৰত দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰমিকক যেতিয়া চৰকাৰে ১৬৭ টকা বা তাতকৈও কম দৈনিক মজুৰি দিয়ে, তেনেকুৱা পৰিস্থিতিত কঠোৰ পৰিশ্ৰমৰ অন্তত চাহ শ্ৰমিক সকলে মানসিক মনোৰঞ্জনৰ নামত চুলাই খাবলৈ বাধ্য হৈ পৰে।‘

ইপিনে,  কঠোৰ পৰিশ্ৰমী এই শ্ৰমিক সকলৰ মনোৰঞ্জন আৰু মানসিক বিকাশৰ কাৰণে যেতিয়া চৰকাৰে ইতিবাচক পদক্ষেপ আৰু চৰকাৰী আঁচনি হাতত নলয় তেতিয়া দিনটোৰ পৰিশ্ৰমৰ পাছত এই শ্ৰমিকসকলে কৰিব কি ? এইবুলি চৰকাৰক প্ৰশ্ন কৰে হাজৰিকাই।

তেওঁ আৰু কয়, ‘যোৱা বছৰ ৰাজ্যিক বাজেটত যেতিয়া অবৈধভাবে বিক্ৰী হোৱা চুলাই মদক বৈধ কৰি ৰাজহ সংগ্ৰহৰ পথ হিচাবে ব্যৱহাৰ কৰিবলৈ গৈ চুলাই উৎপাদন আৰু বিক্ৰীত কোনো ধৰণৰ নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে তেতিয়া এনেকুৱা দুখজনক ঘটনা সংঘটিত হৈয়ে থাকিব ।‘

‘হিন্দু বাংলাদেশীক নিজৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া অসমৰ বিজেপি চৰকাৰে এই মানুহখিনিৰ কথা ভাবিবলৈ সময় পাবনে?’ চৰকাৰক এইদৰে প্ৰশ্ন কৰে হাজৰিকাই।

আনহাতে,  শতাধিক লোকৰ মৃত্যু আৰু বহু জনৰ জীৱন চিৰকালৰ বাবে ৰুগীয়া কৰি তোলা এই ঘটনাৰ বাবে বৰ্তমানৰ চৰকাৰে মাথোঁ দুজনমান আবকাৰী বিষয়াক নিলম্বিত কৰিয়ে দায় সাৰিব বিচাৰিছে বুলিও তেওঁ বিজ্ঞপ্তিত কয়।

হাজৰিকাৰ মতে ‘এই দুখজনক ঘটনাৰ বাবে দায়ী চৰকাৰৰ সোপাঢিলা আবকাৰী নীতি আৰু নিষ্ক্ৰিয়তা।‘

তদুপৰি, চৰকাৰৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যক পদত্যাগ কৰি নৈতিক দায়িত্ব পালন কৰিবৰ বাবে আহ্বান জনায় উপমন্যু হাজৰিকাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd