• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উয়িং কমাণ্ডাৰ অভিনন্দনক সাক্ষাৎ প্ৰতিৰক্ষা মন্ত্ৰী সীতাৰমনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2019 9:45 am
Abhinandan-2-1-750x375

নতুন দিল্লীৰ আৰ আৰ হাস্পাতলত শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে উয়িং কমাণ্ডাৰ অভিনন্দনক সাক্ষাৎ কৰে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে বিয়লি নতুন দিল্লীৰ আৰ আৰ হাস্পাতালত উপস্থিত হৈ উয়িংকমাণ্ডাৰ অভিনন্দন বৰ্থমানক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে দেশৰ প্ৰতি তেওঁৰ উৎসৰ্গিত সেৱাৰ বাবে ৰাষ্ট্ৰৰ অভিনন্দন আগবঢ়ায়।

পাকিস্তানৰ পৰা ভাৰতলৈ উভতাৰ পাছত শনিবাৰে এয়াৰ চীফ মাৰ্ছাল বিৰেন্দৰ সিং ধানোৱাক লগত লৈ প্ৰতিৰক্ষাৰ মন্ত্ৰীগৰাকীয়ে হাস্পাতলখনত অভিনন্দনক সাক্ষাৎ কৰে।

Apply Now

শুকুৰবাৰে আটাৰি ৱাঘা সীমান্তত নিশা ৯ বাজি ২১ মিনিটত দেশৰ মাটিত প্ৰৱেশ কৰে উয়িং কমাণ্ডাৰ অভিনন্দন বৰ্থমানে। দেশলৈ উভতাৰ পাছতে স্বাস্থ্য পৰীক্ষাৰ বাবে অভিনন্দনক নতুন দিল্লীৰ আৰ আৰ হাস্পাতলত ভৰ্তি কৰোৱা হয়।

উল্লেখযোগ্য যে মংগলবাৰে ভাৰতীয় বায়ুসেনাৰ অভিযানত পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ মূল ভূখণ্ডৰ বালাকোটত জইছ-ই-মহম্মদৰ তিনিটা প্ৰশিক্ষণ শিবিৰ ধ্বংস কৰা হৈছিল। ইয়াৰ পাছতে বুধবাৰে আকাশী সীমা উলংঘন কৰি পাকিস্তানী বায়ুসেনাৰ F-16 যুঁজাৰু বিমান ভাৰতত প্ৰৱেশ কৰে।

পাকিস্তানী বিমানৰ পাছ লোৱা কেইবাখনো ভাৰতীয় যুঁজাৰু বিমানৰ মাজত উয়িং কমাণ্ডাৰ অভিনন্দনে চলোৱা MiG-21 বিমান খনো আছিল। তেওঁ পাকিস্তানৰ F-16 বিমানখনক প্ৰতিহত কৰাৰ সময়তে পাকিস্তানী বিমান খনে এৰা মিছাইলৰ আঘাতত অভিনন্দনৰ বিমান খন ক্ষতিগ্ৰস্ত হয়।

বিমানখন নিয়ন্ত্ৰণৰ বাহিৰ হোৱাত অভিনন্দনে তাৰ পৰা পেৰাছ্যুটৰ সহায়ত জাপ দিয়ে। ইয়াৰ পাছতে পাক সেনাই তেওঁক নিজৰ জিম্মাত লয়। বৃহস্পতিবাৰে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে অভিনন্দনক মুকলি কৰি দিয়াৰ ঘোষণা কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী সীতাৰমনে উয়িং কমাণ্ডাৰ অভিনন্দনক সাক্ষাৎ কৰি তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সৈতে কমেও এঘন্টা ধৰি বাৰ্তালাপ কৰে। মন্ত্ৰীগৰাকীৰ সাক্ষাতৰ সময়ত অভিনন্দনৰ পত্নী আৰু পুত্ৰ হাস্পাতলখনত উপস্থিত আছিল।

তামিলনাডুৰ মাদুৰাইৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে লগতে যুঁজাৰু পাইলট গৰাকীৰ আশু আৰোগ্য কামনা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd