• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডুবাইলৈ ১৭ টন মাটিকঠাল ৰপ্তানি ত্ৰিপুৰাৰ; ইজৰাইল, বাহৰেইন আদি দেশেও দেখুৱাইছে মাটিকঠাল ক্ৰয়ৰ প্ৰতি আগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2019 8:38 pm
pineapple

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সোমবাৰে ত্ৰিপুৰাৰ পৰা ডুবাইলৈ ১৭ টন সুস্বাদু আৰু স্বাস্থ্যকৰ মাটিকঠাল ৰপ্তানিৰ ফ্লেগ অফ কৰে।

গ্ৰীষ্মকালীন ফলক বিশ্বজুৰি জনপ্ৰিয় কৰা পদক্ষেপৰ অংশস্বৰূপে ত্ৰিপুৰাই বিগত বৰ্ষত ১.৫ টন কুইন প্ৰজাতিৰ মাটিকঠাল ডুবাইলৈ ৰপ্তানি কৰিছিল।

Apply Now

মুখ্য মন্ত্ৰী দেৱে ২০২১ চনৰ ভিতৰত ত্ৰিপুৰাত মাটিকঠালৰ উৎপাদন ১.২৬ লাখ টনৰ পৰা ৩ লাখ টনলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰাৰ লগতে উৎপাদিত মাটিকঠালসমূহ ভাৰতত বিভিন্ন ৰাজ্য আৰু অন্য দেশসমূহলৈ ৰপ্তানি কৰা হ’ব বুলি কয়।

ৰপ্তানি কৰা মাটিকঠাল সমূহ ৯-১০ দিনৰ ভিতৰত ডুবাই পাব।

বাংলাদেশৰ সৈতে ত্ৰিপুৰাৰ প্ৰস্তাৱিত জলপথৰ কাম সম্পূৰ্ণ হ’লে মাটিকঠাল, নেমু আৰু অন্যন্য সামগ্ৰীৰ ৰপ্তানিৰ মূল্য আৰু হ্ৰাস পাব বুলি দেৱে মন্তব্য কৰে।

ত্ৰিপুৰাত কুইন প্ৰজাতিৰ মাটিকঠালৰ উৎপাদন ২৫ শতাংশ বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰি দেৱে ৰাজ্যখনৰ প্ৰতিটো ব্লকতে কৃষকসকলক মাটিকঠালৰ খেতি বহলভাৱে কৰাৰ বাবে আহ্বান জনায়।

আনহাতে, মুখ্য মন্ত্ৰীগৰাকীয়ে ভবিষ্যতে ৰাজ্যখনে বিদেশলৈ আৰু অধিক মাটিকঠাল ৰপ্তানি কৰিবলৈ সক্ষম হ’লে কৃষকসকল লাভান্বিত হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তদুপৰি, দেৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যত ত্ৰিপুৰা চৰকাৰে মাটিকঠাল ৰপ্তানিৰ দ্বাৰা উপনীত হ’ব বুলি কয়।

ত্ৰিপুৰাৰ কৃষি আৰু পৰিবহন মন্ত্ৰী প্ৰানজ্যিৎ সিং ৰয়ে কয় যে এটা মাটিকঠালৰ মূল্য সাধাৰণতে ৫-১০ টকা হয় কিন্তু ৰপ্তানিৰ ক্ষেত্ৰত প্ৰতিটো মাটিকঠালৰ মূল্য হয় গৈ ১৫ টকা।

ৰাজ্যখনৰ উদ্যান শস্য বিভাগে উল্লেখ কৰা অনুসৰি ইজৰাইল, বাহৰেইনকে আদি কৰি বিভিন্ন দেশে ত্ৰিপুৰাৰ পৰা মাটিকঠাল ক্ৰয় কৰাৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd