• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একেটা মোবাইল ফোনতে ৩টা ফোন Samsungৰ, ঘূৰে ফেনৰ পাংখাৰ নিচিনাকে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2019 9:21 pm
Samsung swivel phone with three rotating fan-like screens

ছবি সৌজন্য-- SlashGear

1.1k
VIEWS
Share on FacebookShare on Twitter

ফ’ল্দেবল মোবাইল ফোন বাদ দিয়ক, Samsungৰ এটা মোবাইলতে ৩টাকৈ মোবাইল!

ইটোৰ ওপৰত সিটোকৈ থাকে প্ৰত্যেকটো মোবাইল।

জপাই থ’লে এটাৰ নিচিনা হয় আৰু ফেনৰ পাংখাৰ নিচিনাকৈ সেইবোৰ যেনিয়ে মন যায় তেনিয়ে ঘূৰাই ব্যৱহাৰ কৰিব পাৰি।

তাৎপৰ্য্যটো হৈছে, তিনিওটা মোবাইল একেলগৰ যদিও, প্ৰত্যকটোৱেই স্বতন্ত্ৰ অস্তিত্বৰে কাৰ্য্যসম্পাদনক্ষম।

ধৰক, ব্যৱহাৰকাৰীয়ে এটা ফোনত যদি ভিডিঅ’ কল কৰিছে, আন এটাত ভিডিঅ’ চাই বা আৰু আনটোত গৱেষণা পত্ৰ লিখি থাকিবও পাৰে।

বজাৰত এই ফোনে কেতিয়াকৈ মুখ দেখুৱাই নিশ্চিত নহয়, কিন্তু পেটেণ্টৰ ভিত্তিত এয়ে সংবাদ।

Recent News

অৰ্ধশতাধিক চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা অসমৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

অৰ্ধশতাধিক চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা অসমৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

অপসাৰণ অনিবাৰ্য! নগদ ধনৰ গোচৰত অভিযুক্ত ন্যায়াধীশ বাৰ্মাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

অপসাৰণ অনিবাৰ্য! নগদ ধনৰ গোচৰত অভিযুক্ত ন্যায়াধীশ বাৰ্মাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd