• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাজিৰাৰ পৰা যোৰহাটলৈ কাৰ্য্যালয় স্থানান্তৰণ: অ’ এন জি চিৰ বিবৃতি

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
September 11, 2019 5:20 pm
ONGC violates COVID19 protocol in Sivasagar

প্ৰতীকী ছবি।

2.7k
VIEWS
Share on FacebookShare on Twitter

অ’ এন জি চিৰ বিবৃতি মতে, শিৱসাগৰৰ নাজিৰাৰ পৰা যোৰহাটলৈ কাৰ্য্যালয় উঠাই নিয়াৰ কোনো পৰিকল্পনা প্ৰতিষ্ঠানটোৰ নাই।

প্ৰতিষ্ঠানটোৰ অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালক আৰু সম্পদ পৰিচালকৰ কাৰ্য্যালয়টো যোৰহাটলৈ উঠাই নিয়া হ’ব বুলি একাংশ সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰিছিল।

“অভিযানগত উদ্দেশ্যত সম্পদসমূহৰ নিৰীক্ষণ আৰু ব্যৱহাৰিতাৰ বাবে কাৰ্য্যালয়টো নাজিৰাতে থাকিব,” অ’ এন জি চিৰ স্পষ্টীকৰণ।

কিছুমান সংগঠনে বাতৰিটোত প্ৰতিক্ৰিয়া কৰাৰ বিপৰীতে শিৱসাগৰ চহৰত কাৰ্য্যবাহী সঞ্চালক আৰু সম্পদ পৰিচালকৰ আন এটা কাৰ্য্যালয়হে প্ৰতিষ্ঠানটোৱে স্থাপন কৰিব।

সেই কাৰ্য্যালয়টোও মূলতঃ নাজিৰাৰ পৰাই পৰিচালিত হ’ব। কিন্তু অভিযানগত প্ৰয়োজনত সময়ে সময়ে বিষয়াজন শিৱসাগৰ কাৰ্য্যালয়তো বহিব।

ভুল তথ্য প্ৰচাৰ এৰাই চলাৰ বাবে বাতৰি প্ৰকাশৰ পূৰ্বে কোম্পানিটোৰ পৰা খবৰৰ সত্যাসত্য নিৰূপণ কৰি লোৱাৰ বাবে সংবাদ মাধ্যমক অ’ এন জি চিয়ে আহ্বান জনাইছে।

লগতে পঢ়ক– যোৰহাটলৈ ONGCৰ অসম সম্পদৰ কাৰ্য্যালয় স্থানান্তৰণ কৰিলে ONGC বন্ধ কৰি দিয়াৰ হুংকাৰ ২৬ টা সংগঠনৰ যৌথ সংগ্ৰামী মঞ্চৰ

অসমত পৰৱৰ্তী ৫ বছৰত কৰিব লগা বিনিয়োগ সম্পৰ্কেও অ’ এন জি চিয়ে লগতে সদৰী কৰিছে।

পৰৱৰ্তী ৫ বছৰত নতুনকৈ ২২০টা তেল আৰু গেছৰ খাদ খন্দাৰ বাবে এই বিনিয়োগ কৰা হ’ব।

“অসমত পৰৱৰ্তী ৫ বছৰত ১৩০০০ কোটি টকাতকৈও অধিক ধন বিনিয়োগৰ বাবে অ’ এন জি চিয়ে অসম চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে,” বিবৃতিত প্ৰকাশ।

কোম্পানিটোৱে প্ৰকাশ কৰা মতে, এই ধন “সন্ধান আৰু উৎপাদন”ৰ বাবে বিনিয়োগ কৰা হ’ব।

Recent News

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd